নীলমণি ফুকনলৈ জ্ঞানপীঠ বটাঁ

বিশিষ্ট কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বটাঁ প্ৰদান কৰা হৈছে৷জীৱনজোৰা সাধনাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে নীলমনি ফুকনলৈ।তৃতীয়গৰাকী অসমীয়া হিচাপে জ্ঞানপীঠ বটাঁ লাভ কৰিছে নীলমনি ফুকনে।তেখেতৰ উল্লেখযোগ্য সৃষ্টিৰাজিত আছে ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’।নীলমনি ফুকনৰ জন্ম হয় অসমৰ গোলাঘাটত৷

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296