মাহ জুন 2025

Cyber Dome কি? ইজৰাইলৰ সহযোগত এই বিশেষ ব্যৱস্থাৰ বাবে সাজু হৈছে জাৰ্মানী

আপুনি ইজৰাইলৰ আইৰণ ড’মৰ কথা হয়তো শুনিছে। আইৰণ ড’মৰ দৰেই আমেৰিকাৰ সপোন গোল্ডেন ড’ম সজাৰ, ইতিমধ্যে আৰম্ভ হৈছে পৰিকল্পনাও। আজি আইৰণ ড’ম বা গোল্ডেন ড’মৰ কথা নহয়। আজি ক’ব বিচাৰিছো চাইবাৰ ড’ম (Cyber Dome)ৰ কথা। ইজৰাইলৰ সহযোগত এইবাৰ জাৰ্মানীয়ে গঢ়িব…

Land Acquisition in Assam: হিমন্ত বিশ্ব শৰ্মাৰ শাসনত খিলঞ্জীয়াৰ ভেটিত কঁপনি

‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ শ্ল’গানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ আমোলত অসমৰ সাধাৰণ জনতা এতিয়া নিজৰ ভেটি-মাটি হেৰুওৱাৰ আশংকাত ত্ৰস্ত হৈ পৰিছে। ‘এডভাণ্টেজ আছাম’ৰ দৰে উদ্যোগৰ পিছত চৰকাৰে ভূমি অধিগ্ৰহণ (Land Acquisition in Assam)ৰ এক দ্ৰুত অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ…