Category মতামত

Opposition Alliance in Assam: এন ডি এৰ পৰা কি শিকা উচিত গৌৰৱ গগৈয়ে?

বিৰোধী মিত্ৰতা (Opposition Alliance in Assam)ক লৈ ৰহস্যজনক স্থিতিত আছে প্ৰদেশ কংগ্ৰেছ৷ মিত্ৰতাৰ প্ৰসংগত মুখ নোখোলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে৷ তেওঁ এতিয়ালৈ দিয়া নাই কোনো স্পষ্ট বাৰ্তা৷ ৰাজ্যৰ বিৰোধী দলসমূহে মিত্ৰতা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ পৰা এটা স্পষ্ট…

‘ভোটবন্দী’ আহি আছে; কৰ্তন হ’ব লাখ লাখ নাগৰিকৰ ভোটাধিকাৰ!

২০২৬ ৰ প্ৰথমভাগৰ পৰাই অসমত আৰম্ভ হ’ব নিৰ্বাচনী কুচকৱাজ৷ মে’ মাহত নতুন চৰকাৰে দায়িত্বগ্ৰহণ কৰিব৷ ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰিক বতাহ বলিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ ৰাজনীতিত৷ অভিযোগ প্ৰতি অভিযোগেৰে উত্তাল হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ৷ কিন্তু সমস্ত শক্তি প্ৰয়োগ কৰিলেও বিৰোধীয়ে আশাপ্ৰদ ফলাফল লাভ…

Land Acquisition in Assam: হিমন্ত বিশ্ব শৰ্মাৰ শাসনত খিলঞ্জীয়াৰ ভেটিত কঁপনি

‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ শ্ল’গানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ আমোলত অসমৰ সাধাৰণ জনতা এতিয়া নিজৰ ভেটি-মাটি হেৰুওৱাৰ আশংকাত ত্ৰস্ত হৈ পৰিছে। ‘এডভাণ্টেজ আছাম’ৰ দৰে উদ্যোগৰ পিছত চৰকাৰে ভূমি অধিগ্ৰহণ (Land Acquisition in Assam)ৰ এক দ্ৰুত অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ…

BTR Election: বিজেপি সাজু হ’ল, বিৰোধী ক’ত?

পঞ্চায়ত নিৰ্বাচনৰ আনন্দ উল্লাস কৰিবলৈ সময় নাই৷ শাসক দল বিজেপি আকৌ সাজু হৈছে নিৰ্বাচনলৈ৷ ক্ৰমাগত ৭ টাকৈ নিৰ্বাচনত পৰাজয়ৰ পাছতো বিৰোধীয়ে সম্বিত ঘূৰাই পোৱা নাই৷ কিন্তু ১১ মে’ত পঞ্চায়ত নিৰ্বাচনত অভাৱনীয় ভাল খবৰ লাভ কৰাৰ পাছতেই বিজেপি আকৌ সাজু হৈছে…

Opposition Parties in Assam: অসমত বিৰোধী ‘ছিৰিয়াছ’ হ’ব কেতিয়া?

Opposition Parties in Assam: বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্যক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ অখিল গগৈয়ে কালি কৈ দিলে যে ৰাইজৰ দলে এইবাৰ পঞ্চায়ত নিৰ্বাচন ছিৰিয়াছলি খেলাই নাছিল৷ এটা…

জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ?

১৯৭১ যুদ্ধত পাকিস্তান দুটুকুৰা হৈছিল৷ জন্ম হৈছিল নতুন এখন দেশৰ৷ নাম–বাংলাদেশ। এইবাৰো প্ৰশ্ন উঠিছে–যদি পাকিস্তান ভাৰতৰ সৈতে পূৰ্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হয়, তেনেহ’লে ১৯৭১ৰ পাছত আকৌ এবাৰ খণ্ড বিখণ্ড হ’ব নেকি পাকিস্তান? জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ! যাৰ…

অসামৰিক প্ৰতিৰক্ষা Civil Defence কি? জৰুৰীকালীন পৰিস্থিতিত দেশক সেৱা কৰি আহিছে চিভিল ডিফেন্স ভ’লণ্টিয়াৰে

বুধবাৰৰ দিনটোত সমগ্ৰ দেশত সম্পন্ন হ’ল মকড্ৰিল৷ যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধনতা, আত্মৰক্ষাৰ কৌশল এই মকড্ৰিলৰ জৰিয়তে প্ৰদৰ্শন কৰা হ’ল৷ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি, দেশৰ ২৪৪ খন জিলাত চিভিল ডিফেন্স (Civil Defence)ৰ এই মকড্ৰিল সম্পন্ন কৰা হৈছে৷ যুদ্ধৰ উত্তেজনাৰ মাজতেই এই…

Indo Pak War: ৯৩ হাজাৰ পাকিস্তানী সেনাই  আত্মসমৰ্পণ কৰা সেই দিনটো

‘পূৱৰ ৰণাংগনত ভাৰত আৰু বাংলাদেশৰ যৌথ সামৰিক বাহিনীৰ কামাণ্ডাৰ ইন ছীফ লেফটেনেণ্ট জেনেৰেল জগজিত সিং অৰোৰাৰ ওচৰত পাকিস্তানৰ ইষ্টাৰ্ণ কামাণ্ডৰ সকলো সামৰিক বাহিনীয়ে আত্মসমৰ্পণৰ বাবে সন্মত হৈছে৷ এই আত্মসমৰ্পণ পাকিস্তানৰ সেনা, নৌ আৰু বিমান বাহিনী তথা সামৰিক আৰু অসামৰিক সশস্ত্ৰ…

১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?

আৰম্ভ হ’ল ভাৰত পাকিস্তানৰ সমুখ সমৰ৷ পহলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিলে ভাৰতে। ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে-পুনৰাবৃত্তি হ’ব নেকি ১৯৭১ৰ? কি ঘটিছিল ১৯৭১ত? কেনেকৈ আমেৰিকা আৰু চীনৰ প্ৰবল প্ৰত্যাহ্বানকো নেওচি ভাৰতে বিজয় সাব্যস্ত কৰিছিল? কিদৰে পাকিস্তানক দুফাল কৰি জন্ম দিছিল…

Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!

কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা হয়, তাৰ বিশদ তথ্য প্ৰকাশ…