Investigative reporting with dedication.
চৰকাৰৰ বাবে ২০ জুলাইৰ শিক্ষা কি?
‘বধিৰক শুনাবলৈ প্ৰয়োজন ডাঙৰ শব্দৰ’ – এইদৰে আৰম্ভ হৈছিল ছহিদ ভগত সিঙৰ বিখ্যাত ‘দ্য ৰেড পামফ্লেট’ৰ৷ দিনটো আছিল ৮ এপ্ৰিল, ১৯২৯৷ যিদিনা দিল্লীৰ চেন্ট্ৰেল এছেম্বলীত বোমা নিক্ষেপ কৰিছিল ভগত সিং আৰু তেওঁৰ সহযোগী বটুকেশ্বৰ দত্তই৷ চেন্ট্ৰেল এছেম্বলীত সিদিনা ‘ট্ৰেড ডিছপুইট বিল’ৰ ওপৰত আলোচনা হৈ…







