শ্ৰেণী ৰাজনীতি

এইবাৰ তুলিৰাম ৰংহাঙৰ ভুৱা পি এইচ ডি!

২০০ কোটি টকীয়া ফাৰ্ম হাউচ নিৰ্মাণ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাঙৰ পি এইচ ডি ডিগ্ৰীক লৈ আৰম্ভ হৈছে এক নতুন বিতৰ্ক৷ তুলিৰাম ৰংহাঙে এক অস্তিত্বহীন বিশ্ববিদ্যালয়ৰ পৰা ভুৱা পি এইচ ডি ডিগ্ৰী…

কংগ্ৰেছৰে মিত্ৰতা! অখিল গগৈ–হিমন্ত বিশ্ব শৰ্মাই ঘুচিয়াঘুঁচি কৰিব লাগিব!

মূল বিষয়লৈ যোৱাৰ আগত মনত পেলাব বিচাৰিছো ৩৭ বছৰ আগৰ এটা কাহিনী৷ চন ১৯৮৮৷ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী৷ অটল বিহাৰী বাজপেয়ী বিৰোধী দলৰ এজন উদীয়মান যুৱ নেতা৷ কংগ্ৰেছ আৰু বিজেপি তেতিয়া জাতশত্ৰু৷ হিন্দী বলয়ত অব্যাহত আছে কংগ্ৰেছৰ আধিপত্য৷ কিন্তু কংগ্ৰেছৰ ভেটিত…

আৰ টি আইক ভেঙুচালি কৰি মোদী চৰকাৰৰ নতুন আইন

তথ্য জনাৰ অধিকাৰ আইনক নিঃশেষ কৰাৰ গোপন কৌশলেৰে নৰেন্দ্ৰ মোদী চৰকাৰে আনিছে নতুন আইন৷ তথ্যৰ অধিকাৰক এইবাৰ নিঃশেষ কৰিবলৈ লোৱা হৈছে তথ্যৰ সুৰক্ষাৰ নামত৷ তথ্য গাপ দিবলৈ ব্যৱহাৰ কৰা এই নতুন কৌশলৰ নামেই হৈছে ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকশ্যন এক্ট। মোদী…

ৱাকফ আহিল,বিজেপিৰহে শক্তি কমিল!

ৰাজ্যসভাত সেই বিশেষ দিনটোত বিৰোধী সাংসদ উপস্থিত আছিল ৮০ গৰাকী৷ প্ৰায় ৮ গৰাকী বিৰোধী সাংসদ সেই বিশেষ দিনটোত অনুপস্থিত আছিল যদিও কিন্তু ৱাকফৰ বিৰোধিতাৰে ৯৫ গৰাকী সাংসদৰ ভোট পৰিছিল৷এইটো সঁচাকৈয়ে এক আশ্চৰ্যকৰ সংখ্যা নহয়নে? সেই বিশেষ দিনটো মানে ৱাকফ সংশোধনী…

দলিতক অপমান বন্ধ কৰক, অন্যথা ভুগিব লাগিব পৰিণাম! বিজেপিলৈ RSSৰ সকীয়নি

দেশত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে৷ শ্বেয়াৰ মাৰ্কেটত জনতাই বিনিয়োগ কৰা ধন হেৰুৱাইছে৷ দুগ্ধ উদ্যোগ, কৃষিখণ্ড, গাড়ীৰ উদ্যোগ আদিলৈ ট্ৰাম্পৰ শুল্ক নীতিয়ে ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই ক্ষেত্ৰত নিমাত৷ বিজেপি দলৰ সক্ৰিয় মুখপাত্ৰসকল নিমাত৷ বহুবল্কী বিভিন্ন ৰাজ্যৰ…

স্বাভিমান বিসৰ্জন! বিজেপিৰ নাগপাশত আৱদ্ধ হৈ হাতী এৰি পদুমৰ ছবিৰে নিৰ্বাচন খেলিবলৈ সাজু অগপ প্ৰাৰ্থী

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত ৰাষ্ট্ৰীয় দল বিজেপিৰ ওচৰত নতশিৰ হ’বলৈ বাধ্য হৈ পৰিছে একালৰ জাতীয়তাবাদী আঞ্চলিক দল অসম গণ পৰিষদ। অসম আন্দোলনৰ ফলশ্ৰুতিত গঠিত হোৱা অগপক এসময়ত ৰাইজে হিয়া উজাৰি মৰম দিছিল। অসম গণ পৰিষদ মানেই যেন অসমীয়াৰ আৱেগৰ…

ৰাজহুৱা মাটি গোপনে নিজৰ কৰাৰ ষড়যন্ত্ৰ অশোক সিংঘালৰ পত্নীৰ

ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ পত্নীৰ কাণ্ডই স্তম্ভিত কৰি তুলিছে সমষ্টিবাসীক৷ ২০ বছৰে মহিলা সমিতিৰ সংৰক্ষণত থকা ভূমি গোপনে নিজৰ নামত ম্যাদী কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে অশোক সিংঘালৰ পত্নী শিল্পী আনন্দ সিংঘালৰ বিৰুদ্ধে৷

মানৱ অধিকাৰ আয়োগত জবাবদিহি হ’ব লাগিব অসম আৰক্ষী

The Crosscurrent

‘দ্য ক্ৰছকাৰেণ্ট’ৰ চীফ ৰিপ’ৰ্টাৰ দিলোৱাৰ হুছেইন মজুমদাৰক যড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰৰ উলংঘন কৰিছে অসম আৰক্ষীয়ে। এই অভিযোগত অসম আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

বিষয়াক ঢাল কৰি দুৰ্নীতি গাপ দিব নোৱাৰে বিশ্বজিত ফুকনে

এপেক্স বেংকৰ দুৰ্নীতি ঢাকিবলৈ জ্যেষ্ঠ সাংবাদিকৰ নাম ব্যৱহাৰ কৰাৰ চতুৰ কৌশল হাতত লৈছে বেংকৰ অধ্যক্ষ তথা সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিত ফুকনে। অধ্যক্ষ হিচাপে বেংকটোৰ সকলো লেন-দেন বিশ্বজিত ফুকনৰ জ্ঞাতসাৰেই হব লাগে যদিও অজ্ঞানতাৰ ভাও জুৰি সমগ্ৰ বিষয়টোক লঘু কৰাৰ চেষ্টাতো…

সংবাদ মাধ্যমক কোনে ভয় কৰে?

ভাৰতৰ সংবাদ মাধ্যম যোৱা কেইটামান বছৰৰ ভিতৰত কি অৱস্থাত উপনীত হৈছে সেয়া প্ৰেছ ফ্ৰীডম ৰেংকিঙতেই ওলাই পৰে৷ বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত প্ৰেছ ফ্ৰীডম ৰেংকিঙত ভাৰতৰ স্থান হ’ল ১৫৯৷ ২০২২ চনত ভাৰতৰ ৰেংকিং আছিল ১৪২৷ এই পতন ধাৰাবাহিকভাৱে অব্যাহত আছে৷…