Category দেশ

যিখন চাৰ্জশ্বীটলৈ অসমীয়াই অপেক্ষা কৰি আছে…

✍🏻জিতুমণি বৰা #JusticeForZubeenGarg –ছ’চিয়েল মিডিয়াত অসমৰ তৰুণ প্ৰজন্মৰ লগতে জ্যেষ্ঠ নাগৰিকেও ১৯ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিকভাৱে দিয়া এই ধবনিৰ প্ৰতিফলন আজি ঘটিবনে? মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি আজি ১২ ডিচেম্বৰত এছ আই টিয়ে জুবিন গাৰ্গ হ*ত্যাৰ অভিযোগনামা আদালতত দাখিল কৰিব৷ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত…

নিৰ্বাচনলৈ ১০০ দিন!

✍🏻জিতুমণি বৰা এডাল ইকৰা আৰু এমুঠি ইকৰাৰ মাজত শক্তিৰ আকাশ-পাতাল পাৰ্থক্য৷ ইকৰাৰ কাহিনীটো আজি নতুন ধৰণে গৌৰৱ গগৈক ক’ব খুজিছোঁ৷ গৌৰৱ গগৈ মানে সাংসদ, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি, সৰ্বোপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি৷ এই আটাইবোৰ দায়িত্ব থকাৰ পাছতো যদি গৌৰৱ গগৈ…

শ্যামকানুৰ নৰ্থ ইষ্ট ফেষ্টিভেলঃ এপ্ৰিলৰ পৰাই যোগাযোগত ছিংগাপুৰ উচ্চায়ুক্ত-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়

অৰূপ কলিতা আৰু গৌতম প্ৰতিম গগৈৰ প্ৰতিবেদনঃ ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰৰ ভাৰতৰ উচ্চায়ুক্ত৷ যি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা৷ বিগত এপ্ৰিল মাহৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীৰ…

EXCLUSIVE || দেশৰ ভিতৰত সৰ্বাধিক নিৰিখত অসমে আদানিৰ পৰা কিনিব বিদ্যুৎ

উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰই প্ৰতি ইউনিটত ৫.৩৯ টকাত , অসমে কিনিব ৬.৩০ টকাত। প্ৰাক্তন শক্তি মন্ত্ৰীয়ে উদঙালে আদানিৰ লুণ্ঠনৰ ভয়াৱহ তথ্য। বিহাৰত ২৪০০ মেগাৱাটত ৬২ হাজাৰ কোটিৰ কেলেংকাৰী , অসমৰ ৩২০০ মেগাৱাটত কিমান?

Toll Tax at Toll Gates: অসমৰ ৯ খন টোলগেটৰ পৰা সংগ্ৰহ ১,৯৯৭ কোটি

এফালে পথৰ দুৰৱস্থা , আনফালে Toll Gates ত জনতাক টোল কৰেৰে মাধমাৰ। তেনেকৈয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক। অস্বাভাৱিক হাৰত অসমত বৃদ্ধি হৈছে টোল কৰ সংগ্ৰহ। মুঠতে কেৱল কৰ আৰু কৰৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে সাধাৰণ জনতা ৷ জি এছ টিৰ…

World’s largest dam on Brahmaputra: ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ বান্ধৰ নিৰ্মাণকাৰ্য

বৰলুইতক ভেটিবলৈ আৰম্ভ কৰিলে ৰঙা চীনে। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য (World’s largest dam on Brahmaputra)। তিব্বতত নদীবান্ধ নিৰ্মাণত শংকিত অৰুণাচল, অসম, বাংলাদেশ। ব্ৰহ্মপুত্ৰক লৈ চীনৰ ভাবুকি এতিয়া বাস্তৱত পৰিণত হোৱাৰ দিশে। কিয়নো ৰঙাচীনে বৃহত…

MBBS course in Hindi: মধ্যপ্ৰদেশৰ হিন্দী মেডিকেল শিক্ষা ‘ফ্লপ’; ৩ বছৰত এজনো ছাত্ৰই নিদিলে হিন্দী ভাষাত পৰীক্ষা

বিফল হ’ল মধ্যপ্ৰদেশ চৰকাৰৰ হিন্দী ভাষাত আৰম্ভ কৰা MBBSৰ পাঠ্যক্ৰম (MBBS course in Hindi)ৰ ধাৰণা। অথলে গ’ল ১০ কোটি টকা ব্যয়েৰে হিন্দী ভাষাত ছপা কৰা পাঠ্যক্ৰম। উল্লেখ্য যে হিন্দী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে মধ্যপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছিল এক অনন্য সিদ্ধান্ত। দেশৰ…