Category দেশ

‘কোভিড-১৯’ ৰ প্ৰতিষেধক গংগাজল!

কোৰোণা মহামাৰীৰ সাম্প্ৰতিক পৰিস্থিতিত বিশ্বৰ বিজ্ঞানী, চিকিত্সক মহল ব্যস্ত হৈ আছে ‘কোভিড-১৯’ ভাইৰাছৰ নিৰ্মূলক লৈ। কিন্তু তেনে এক সময়তেই ভাৰতত গংগাজলৰ প্ৰসংগ উত্থাপিত হৈছে। দেশৰ ‘অতুল গংগা’ নামৰ এটা এনজিঅ’-এ কেন্দ্ৰীয় চৰকাৰৰ জল মন্ত্ৰালয়লৈ ৩ এপ্ৰিলত প্ৰেৰণ কৰিছিল এখন পত্ৰ।…

ভাগৰত শুই গ’ল ৰেলৱে ট্ৰেকত, প্ৰাণ গ’ল ১৪ শ্ৰমিকৰ

এফালে ক’ৰোনা ,আনফালে লকডাউনে যেন চেপি খুন্দি আনিছে খাটি খোৱা লোকৰ জীৱন৷জীৱিকাৰ তাড়নাত বহি:ৰাজ্যলৈ যোৱা বহু শ্ৰমিক এতিয়া পদব্ৰজে উভটিছে নিজৰ ঘৰলৈ৷ ঘৰলৈ ওভতাৰ পথতে আজি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত সংঘটিত হ’ল এটা অত্যন্ত শোকাৱহ ঘটনা৷ ৰাজ্যখনৰ ভুছৱাল নামৰ ঠাইৰ পৰা…

ক’ৰোনা:অসমত নতুনকৈ আক্ৰান্ত ৮ জন ৷কোন ৰাজ্যত সৰ্বাধিক ?

বিগত ২৪ ঘন্টাত দেশত ৩হাজাৰতকৈ অধিক লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছ সংক্ৰমিত হৈছে৷ইয়াৰ ভিতৰত অসমত কালিৰ দিনটোত আক্ৰান্ত হোৱা ৮ জন লোকো আছে ৷বৰ্তমান ভাৰতত ক’ৰোনা আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৫৬,৩৪২ গৰাকী৷ইয়াৰে ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে…

অন্ধ্ৰপ্ৰদেশত ১০ জন লোকৰ প্ৰাণ লোৱা কি এই ষ্টেৰিন গেছ?

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত গেছ ট্ৰেজেদিত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পালে৷ বিশাখাপট্টনমৰ গোপালাপট্টনম নামৰ ঠাইত অৱস্থিত এল জি পলিমাৰ প্লান্ট আজিৰে পৰা পৰা মুকলিৰ যো জা চলোৱা হৈছিল৷প্ৰস্তুতি আৰম্ভ কৰাৰ লগে লগে ফেক্টৰীটোৰ পৰা পুৱাই গেছ নিৰ্গত হ’বলৈ…

মেডিকেল প্ৰৱেশ পৰীক্ষা ‘নীট’ৰ নতুন তাৰিখ ঘোষণা

অৱশেষত সকলো জল্পনা কল্পনা অন্ত পৰিল৷ চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰৱেশ পৰীক্ষা ‘নীট’ অনুষ্ঠিত হ’ব অহা ২৬ জুলাইত ৷আজি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী আৰ পি নিশংকে এই কথা প্ৰকাশ কৰিছে৷ ১৭ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব এই…

৭০% বাঢ়িল সুৰাৰ দাম

ক’ৰোনা মহামাৰীয়ে দেশত ভয়াৱহ বিত্তীয় সংকটৰ সৃষ্টি কৰিছে৷চৰকাৰৰ ৰাজহ সংগ্ৰহ প্ৰায় শূণ্য৷এনে অৱস্হাত সকলো ৰাজ্য চৰকাৰেই সুৰাৰ মূল্যবৃদ্ধিকে বিত্তীয় সংকটৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ পথ হিচাপে বাছি লৈছে৷শেহতীয়াকৈ দিল্লী চৰকাৰে সুৰাৰ ওপৰত ৭০ শতাংশ ক’ৰোনা মাচুল আৰোপৰ সিদ্ধান্ত লৈছে৷গ্ৰাহকে আজিৰে পৰা…