সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মেডিকেল প্ৰৱেশ পৰীক্ষা ‘নীট’ৰ নতুন তাৰিখ ঘোষণা

অৱশেষত সকলো জল্পনা কল্পনা অন্ত পৰিল৷ চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰৱেশ পৰীক্ষা ‘নীট’ অনুষ্ঠিত হ’ব অহা ২৬ জুলাইত ৷আজি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী আৰ পি নিশংকে এই কথা প্ৰকাশ কৰিছে৷ ১৭ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব এই পৰীক্ষাত৷কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আজি নীটৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ- ছাত্ৰীসকলৰ লগত এক অনলাইন আলোচনাতো ভাগ লৈ পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰে.

- Donation -

তেও সকলো ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰে৷

Leave A Reply

Your email address will not be published.