শ্ৰেণী এক্সক্লুছিভ

সোনম ৱাংছুকঃ এজন দেশপ্ৰেমিকৰ আত্মত্যাগ 

কোৱা হয় – এখন কিতাপ, এটা কলম, এটি শিশু আৰু এজন শিক্ষকে সলাই দিব পাৰে সমগ্ৰ পৃথিৱী৷ সোনম ৱাংছুক এনে এজন শিক্ষক, যিয়ে পৃথিৱী সলাই দিয়া নাই৷ কিন্তু সলনি কৰিছে শিক্ষা সন্দৰ্ভত চলি থকা প্ৰচলিত ধ্যান ধাৰণা৷ শিক্ষাৰ উদ্দেশ্য যে…

কেনে আছে লাম্পি?

গছত উঠিলেহে পায় ইণ্টাৰনেট, শুক্ৰবাৰেহে চিকিৎসালয়ত থাকে চিকিৎসক। কেনেকৈ আছে লাম্পি? লাম্পিৰ পৰা 'দ্য ক্ৰছকাৰেণ্ট'ৰ গ্ৰাউণ্ড জিৰ' প্ৰতিবেদন

ব্লেকলিষ্টেড মাৰ্টিন এণ্ড ব্ৰাউন আকৌ সাজু অসমত দৰৱ যোগান ধৰিবলৈ

অসমৰ চৰকাৰী চিকিৎসালয়ত ৰোগীয়ে লাভ নকৰে প্ৰয়োজনীয় ঔষধ। চিকিৎসকে পৰামৰ্শ দিয়া ঔষধ বিনামূলীয়াকৈ লাভ নকৰাৰ বাবে ব্যক্তিগত ফাৰ্মাচীৰ পৰা চ’ৰা দামত ঔষধ ক্ৰয় কৰিবলৈ বাধ্য চৰকাৰী চিকিৎসালয়ৰ ৰোগী। কিন্তু ব্যক্তিগত ফাৰ্মাচীত উপলব্ধ ঔষধ কিয় চৰকাৰী চিকিৎসালয়ৰ ফাৰ্মাচীত বিনামূলীয়াকৈ লাভ নকৰে…

WHOৰ নিয়ম উলংঘাকাৰী কোম্পানীৰ পৰা কেঞ্চাৰৰ দৰৱ ক্ৰয় অসম চৰকাৰৰ

ভাৰত চৰকাৰে নিষিদ্ধ কৰা কোম্পানীৰ দৰৱ চৰকাৰী চিকিৎসালয়ত বিতৰণ কৰিছে অসম চৰকাৰে৷ জনস্বাস্থ্যক লৈ চলা এই চৰম হেতালিৰ ঘটনা প্ৰকাশ পোৱাৰ পাছতো গা ল’ৰা নাই অসম চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগ আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ। নীৰৱ-নিৰ্বিকাৰ দৰৱ ক্ৰয়ৰ দায়িত্বত থকা অসম…

ভয়ংকৰ! কেন্দ্ৰই অনুজ্ঞাপত্ৰ বাতিল কৰা কোম্পানীৰ দৰৱ অসমৰ চৰকাৰী চিকিৎসালয়ত

অৰিন্দম বুঢ়াগোহাঁই, গৌতম প্ৰতিম গগৈ গুৱাহাটী, ৪ জুলাইঃ অসমৰ চৰকাৰী চিকিৎসালয়ত এতিয়াও বিতৰণ হৈ আছে কেন্দ্ৰীয় চৰকাৰে অনুজ্ঞাপত্ৰ বাতিল কৰা কোম্পানীয়ে প্ৰস্তুত কৰা দৰৱ৷ বৃক্ক সংৰোপনৰ দৰে স্পৰ্শকাতৰ ৰোগীৰ মাজতো নিষিদ্ধ কোম্পানীৰ দৰৱ বিতৰণ কৰাৰ ভয়ানক ঘটনা পোহৰলৈ আহিছে ‘দ্য…

নিজ সমষ্টিতে মন্ত্ৰীৰ কেশৱ মহন্তৰ ভাতৃ আৰু সহযোগীক জলজীৱনৰ ২৩ টা ঠিকা

সমষ্টিৰ অলিয়ে গলিয়ে কেশৱ মহন্তৰ ভাতৃৰ জলজীৱনৰ ঠিকা। আৰু কিমানদিনলৈ কলিয়াবৰ হৈ ৰ’ব কেশৱ মহন্তৰ পৈতৃক সম্পত্তি। The Crosscurrent ৰ Asset Watch ত মন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক উত্থানৰ কাহিনী

Asset Watch: মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সম্পত্তিৰ পাহাৰ

সমষ্টিৰ উন্নয়ণতকৈ বিধায়কৰ সম্পত্তিহে এতিয়া মাৰ্ঘৰিটাৰ ৰাইজৰ মাজত প্ৰধান চৰ্চাৰ বিষয় হৈ পৰিছে ৷ কয়লা ব্যৱসায়ক কেন্দ্ৰ কৰি সততে বিতৰ্কৰ আৱৰ্তত থকা বিধায়ক ভাস্কৰ শৰ্মাৰ ব্যৱসায় এতিয়া কেৱল কয়লাত সীমাৱদ্ধ হৈ থকা নাই ৷ ইটোৰ পাছত সিটো কোম্পানী , এডোখৰৰ…

Asset Watch: জি এছ ৰ’ডত মন্ত্ৰী অজন্তা নেওগৰ পুত্ৰৰ ৭ মহলীয়া বাণিজ্যিক অট্টলিকা

দ্য ক্ৰছকাৰেণ্টৰ বিশেষ প্ৰতিবেদন : গুৱাহাটীৰ ছয়মাইলত জি এছ ৰোডৰ একেবাৰে সমীপত শেহতীয়াকৈ সম্পূৰ্ণ হৈছে এটা সাত মহলীয়া বাণিজ্যিক অট্টালিকাৰ নিৰ্মাণ ৷ অট্টালিকাটোৰ নাম- নেক্সিয়া টাৱাৰ ৷প্ৰায় ১ বিঘা মাটিৰ চৌহদত এই অট্টালিকাটো নিৰ্মাণ কৰিছে নেক্সিয়া ডেভ’লপাৰ্ছ প্ৰাইভেট লিমিটেড নামৰ…

‘জয় শ্ৰীৰাম’ যেতিয়া ভূমিপুত্ৰক ভাবুকিৰ শ্ল’গান হয়

the crosscurrent

অৰূপ কলিতা: হিংসা বৰ্জনীয়৷ হিংসা সমাধানৰ পথ নহয়৷ এই সত্য মানি লোৱাৰ পাছতো কাৰ্বি আংলঙৰ পৰা যি দৃশ্য অহৰহ ভাঁহি আহিছে, তাক কোনো পৰিস্থিতিতে মানি ল’ব পৰা নাযায়৷

শ্যামকানুৰ নৰ্থ ইষ্ট ফেষ্টিভেলঃ এপ্ৰিলৰ পৰাই যোগাযোগত ছিংগাপুৰ উচ্চায়ুক্ত-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়

অৰূপ কলিতা আৰু গৌতম প্ৰতিম গগৈৰ প্ৰতিবেদনঃ ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰৰ ভাৰতৰ উচ্চায়ুক্ত৷ যি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা৷ বিগত এপ্ৰিল মাহৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীৰ…