Investigative reporting with dedication.
পুৱতি নিশা ম্যানমাৰৰ আলফা(স্বাধীন)ৰ শিবিৰত ভয়ংকৰ আক্ৰমণ; নিহত তিনি জ্যেষ্ঠ নেতা
ম্যানমাৰৰ ঘন জংঘলত নিৰাপদ স্থান বুলি ভবা আলফা (স্বাধীন)ৰ শিবিৰত চলিল ভয়ংকৰ আক্ৰমণ। দেওবাৰৰ পুৱতি নিশা ড্ৰোন আক্ৰমণত তচনচ হৈ পৰিল বিদ্ৰোহী সংগঠনটোৰ চাৰিটাকৈ শিবিৰ। ডেৰশৰো অধিক ড্ৰোন আক্ৰমণত ৭৭৯ আৰাকান কেম্প,ৱাকাথান কেম্প,হয়াত কেম্প আৰু হাকি কেম্প ধ্বংস হয়। অতৰ্কিতে…









