Investigative reporting with dedication.
মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ ১২.৬৮ কোটি

বিহুৰ গীনিজ ৰেকৰ্ডত ঠিকাৰ ছিণ্ডিকেটঃ ঠিকনা হাউচ নং ১১৯। ১৭ লাখ টকা ভাড়াৰ চোফাত বহিল ভি ভি আই পি। একক নিবিদাকাৰী ভূপিন্দৰ- কমলজিৎ-গুৰজাছ সিঙ বাহিনী।
Investigative reporting with dedication.

বিহুৰ গীনিজ ৰেকৰ্ডত ঠিকাৰ ছিণ্ডিকেটঃ ঠিকনা হাউচ নং ১১৯। ১৭ লাখ টকা ভাড়াৰ চোফাত বহিল ভি ভি আই পি। একক নিবিদাকাৰী ভূপিন্দৰ- কমলজিৎ-গুৰজাছ সিঙ বাহিনী।

মহাত্মা গান্ধীয়ে যদি এতিয়া নিৰ্বাচন খেলিলেহেঁতেন, ফলাফল কি হ’লহেঁতেন! মহাত্মা গান্ধীয়ে আজিৰ পৰিস্থিতিত ভাৰতত নিৰ্বাচনত অৱতীৰ্ণ হ’লে নিশ্চিত পৰাজয়ৰ সন্মুখীন হোৱাই নহয়, আমানতৰ ধনো জব্দ হ’লহেঁতেন ৷ শেহতীয়া কেইবাটাও সাক্ষাৎকাৰত প্ৰত্যয়ৰে এই ঘোষণা কৰিছে দেশৰ আগশাৰীৰ সাংবাদিক ৰাজদ্বীপ সৰদেশায়ে ৷…

হিপ্প’ক্ৰেটিক অথ্ (Hippocratic Oath)-চিকিৎসকৰ নৈতিকতাৰ পাঠ হিচাপে বিশ্বজুৰি স্বীকৃত আৰু গৃহীত৷ যেতিয়া এজন চিকিৎসকে পেছাগত জীৱন আৰম্ভ কৰে, তেতিয়াই গ্ৰহণ কৰে হিপ’ক্ৰেটিক অথ্৷ হিপ্প’ক্ৰেটিক অথ্ পোনতে লিখা হৈছিল গ্ৰীক ভাষাত৷ যাক সমগ্ৰ বিশ্বই চিকিৎসাজগতত মানি চলিবলগীয়া নৈতিকতাৰ পাঠ হিচাপে গ্ৰহণ…

ডিমাহাছাওত অবৈধ কয়লাৰ খনিত আৱদ্ধ হৈ আছে ৯ গৰাকী শ্ৰমিক৷ অথচ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে-বি টি আৰ, ডিমাহাছাওত কি চলি আছে, তেওঁ নাজানে৷ এয়া এটা গোকাট মিছা কথাৰ বাহিৰে আন একো নহয়৷ ডিমাহাছাও যদিও ষষ্ঠ অনুসূচীৰ অন্তৰ্গত,…

ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱা ঘটনাটো একপ্ৰকাৰ দুৰ্ঘটনাই আছিল৷ সেইবাবেই তেওঁৰ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুয়ে লিখা গ্ৰন্থখনৰ নাম দিছিল ‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’। তাতকৈও দুৰ্ঘটনাৰে ভৰা আছিল প্ৰধানমন্ত্ৰী হিচাপে সংসদৰ প্ৰথমখন অধিৱেশন৷ য’ত প্ৰধানমন্ত্ৰীগৰাকীক সুযোগ দিয়া নহ’ল নিজৰ মন্ত্ৰীসভাক পৰিচয়…

২০২৩ চনৰ মাৰ্চৰ শেষভাগৰ কথা৷ প্ৰযুক্তি জগতৰ এহাজাৰতকৈও অধিক নেতৃস্থানীয় ব্যক্তিয়ে এখন মুকলি পত্ৰ প্ৰকাশ কৰে৷ এই পত্ৰত তেওঁলোকে সকীয়াই দিয়া যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰযুক্তিয়ে সমাজ আৰু মানৱতাৰ বাবে গভীৰ ভাবুকি কঢ়িয়াই আনিব পাৰে৷ এই পত্ৰত স্বাক্ষৰ কৰা লোকসকলৰ ভিতৰত…

সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। -বলদেৱ মহন্তৰ এটা পুৰণি কবিতাৰ কেইটামান শাৰী মাত্ৰ এয়া৷ ৯০ দশকত ডাঙৰ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে এই…

১ এপ্ৰিল, ২০০৪৷ চিটাগং ইউৰিয়া ফাৰ্টিলাইজাৰ লিমিটেডৰ গুডামৰ পৰা ১০ খন ট্ৰাকত অস্ত্ৰ বোজাই কৰা হৈ গৈছিল৷ ৪ হাজাৰ ৯৩০ বিধ অস্ত্ৰৰ এই বিপুল ভণ্ডাৰত আছিল গ্ৰেণেড, ৰকেট লাঞ্চাৰ, চাব মেছিনগান, গুলী আৰু বিভিন্ন বিস্ফোৰক সামগ্ৰী৷ সেই সময়তে পুলিচ আৰু…

কন্দুৱা গেছৰ নিৰ্বিচাৰ প্ৰয়োগে প্ৰাণ কাঢ়িলে এগৰাকী প্ৰতিবাদকাৰীৰ৷ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাই আকৌ এবাৰ কাঠগড়াত তুলিছে অসম আৰক্ষীক৷ বাৰম্বাৰ বিতৰ্কৰ আৱৰ্তত থকা অসম আৰক্ষীৰ কাৰ্যকুশলতাক লৈ এইবাৰেই প্ৰথম প্ৰশ্ন উত্থাপণ হোৱা নাই৷ ভুৱা এনকাউণ্টাৰৰ পৰা আৰম্ভ কৰি বুলড’জাৰ…

প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনাৰ ২৪২.৩৭ কোটিৰ ঠিকাৰ ২২০.৭৯ কোটিয়েই ৪ বিতৰ্কিত ঠিকাদাৰৰ কব্জাত