শ্ৰেণী এক্সক্লুছিভ

মোহন ভাগৱতে এয়া কি ক’লে ? অসমৰ পৰাই যি কথাৰ বিৰোধিতা হল-

দেওবাৰে গাজিয়াবাদৰ এখন সভাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে এইদৰে মন্তব্য কৰে – কোনোবা হিন্দুৱে যদি কয় যে মুছলমান ইয়াত থাকিব নোৱাৰে , তেনেহ’লে তেও হিন্দু নহয় ৷ গৰু এটা পবিত্ৰ জন্তু কিন্তু কোনোবাই যদি ইয়াৰ নামত আনক হত্যা…

২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -১

অৰূপ কলিতাৰ কলমত-   “ যেতিয়া তুমি কাৰোবাক ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো…

ভাৰতক লাগে অধিক জনসংখ্যা –কিয় কৈছে এজন অৰ্থনীতিবিদে?

জনসংখ্যা বৃদ্ধি অসমৰ এটা বৃহৎ সমস্যা হিচাপে সহমতত উপনীত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সংখ্যালঘু সমাজৰ প্ৰায় ১৫০ গৰাকী আগশাৰীৰ নাগৰিক ৷ কালি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংখ্যালঘু সমাজৰ বিশিষ্ট নাগৰিকসকল এক আলোচনাত মিলিত হয় ৷ এই আলোচনাতে অসমৰ…

ডেৰশ সংখ্যালঘু বুদ্ধিজীৱীৰে কি আলোচনা হিমন্ত বিশ্ব শর্মাৰ?

মুছলমান অধ্যুষিত অঞ্চলত দ্ৰগ জনসংখা বৃদ্ধি সন্দর্ভত মুছলমান বুদ্ধিজীৱীৰে অলোচনাত বহিল মুখ্যমন্ত্ৰী৷ৰাজ্যৰ প্ৰায় ডেৰশ সংখ্যালঘু বুদ্ধিজীৱী-সচেতন নাগৰিকৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ৷ উল্লেখযোগ্য যে,মুছলমান সমাজৰ মাজত ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে৷দুই সন্তান নীতি…

চীনা সৈন্যৰ সমাধি বুলি ইণ্ডিয়া টুডে, আজতক আৰু টাইমছ নাউ চেনেলে প্ৰচাৰ কৰিলে বহু পুৰণি ফটো

যোৱা প্ৰায় ৩১ আগষ্টৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুল ভাৱে চৰ্চিত হোৱা এটা বিষয় হৈছে লাডাখ সীমান্তত ভাৰত চীন সংঘৰ্ষ। যোৱা কিছুদিন পূৰ্বে লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সংঘৰ্ষৰ বৰ বিশেষ তথ্য এতিয়াও ৰাজহুৱা হোৱা নাই যদিয়ো টিভি চেনেল সমূহে…

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোন ব্যৱসায়ীৰ সৈতে আছে নেক্সাছ? পঢ়ক Exclusive Report

বিষয়- হিমন্ত বিশ্ব শৰ্মা আৰু ঘনশ্যাম ধানুকা।হিমন্ত বিশ্ব শৰ্মা পলিটিচিয়ান। ঘনশ্যাম ধানুকা ব্যৱসায়ী।দুয়ো অতি ঘনিষ্ঠ। ৰাজনীতিকৰ আৰু ব্যৱসায়ীৰ মাজত গঢ়ি উঠা এই নেক্সাচৰ ফলত ৰাজ্যত চলি থকা অবাধ দুনীৰ্তিৰ দস্তাবেজ আমি আজি উন্মোচন কৰিম সম্পূৰ্ণ প্ৰামাণিক তথ্যসহ।কিন্তু ঘনশ্যাম ধানুকা কিমান…

হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত শংকৰদেৱ বিষয়ক প্রৱন্ধ অন্তৰ্ভুক্ত হোৱাৰ বাতৰি ভুৱা

কেইদিনমানৰ আগতে অসমৰ বাতৰিকাকত আৰু নিউজ চেনেলসমূহত প্ৰকাশ পাইছিল এটা ভাল খবৰ। এই ভাল খবৰটো আছিল যে অসমৰ এজন শিক্ষাবিদে শংকৰদেৱৰ বিষয়ে লিখা ৰচনা এখন অন্তৰ্ভুক্ত হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ধৰ্ম বিষয়ক পাঠ্যক্ৰমত।অসমৰ লগতে সৰ্বভাৰতীয় সংবাদমাধ্যমসমূহতো এই বাতৰিটোৱে প্ৰাধান্য পাইছিল। শিক্ষাবিদ…