ডেৰশ সংখ্যালঘু বুদ্ধিজীৱীৰে কি আলোচনা হিমন্ত বিশ্ব শর্মাৰ?

Share This Article

মুছলমান অধ্যুষিত অঞ্চলত দ্ৰগ জনসংখা বৃদ্ধি সন্দর্ভত মুছলমান বুদ্ধিজীৱীৰে অলোচনাত বহিল মুখ্যমন্ত্ৰী৷ৰাজ্যৰ প্ৰায় ডেৰশ সংখ্যালঘু বুদ্ধিজীৱী-সচেতন নাগৰিকৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ৷

উল্লেখযোগ্য যে,মুছলমান সমাজৰ মাজত ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে৷দুই সন্তান নীতি বলৱৎৰ প্ৰসংগও উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰীজনে৷বিপৰীতে সংখ্যালঘু অঞ্চলত শিক্ষাৰ অভাব আৰু অর্থিক দৈন্যতাৰ বাবেই জন্ম নিয়ন্ত্ৰণৰ সজাগতা সৃ্ষ্টি হোৱা নাই বুলিও চলি আহিছে আলোচনা৷এনে এক প্ৰেক্ষাপটত সংখ্যলঘু বুদ্ধিজীৱীৰে হোৱা আলোচনাই গুৰুতৰ তাৎপর্য বহন কৰিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.