Category শীৰ্ষ সংবাদ

নিজ সমষ্টিতে মন্ত্ৰীৰ কেশৱ মহন্তৰ ভাতৃ আৰু সহযোগীক জলজীৱনৰ ২৩ টা ঠিকা

সমষ্টিৰ অলিয়ে গলিয়ে কেশৱ মহন্তৰ ভাতৃৰ জলজীৱনৰ ঠিকা। আৰু কিমানদিনলৈ কলিয়াবৰ হৈ ৰ’ব কেশৱ মহন্তৰ পৈতৃক সম্পত্তি। The Crosscurrent ৰ Asset Watch ত মন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক উত্থানৰ কাহিনী

A Report Returns: Reading the 1983 Enquiry in the Present Moment

The Government of Assam is preparing to re-table the report of the Commission of Enquiry on Assam Disturbances, 1983, chaired by Tribhuvan Prasad Tewary, 0n 25th November 2025. Submitted in May 1984, the Tewary Report, which is more than 500 pages, has remained largely inaccessible to the public for four decades. It’s reappearance now is not only administrative; it unfolds in a political moment where questions of citizenship, settlement, land and belonging again occupy the centre of public debate and concern.

The Ministry of External Affairs Was the Key Organizer of the North East India Festival in Singapore

The main organizer of the North East India Festival in Singapore was the High Commission of India in Singapore, functioning under the Union Ministry of External Affairs. The Minister of State for this ministry is Rajya Sabha MP Pabitra Margherita.…

EXCLUSIVE || দেশৰ ভিতৰত সৰ্বাধিক নিৰিখত অসমে আদানিৰ পৰা কিনিব বিদ্যুৎ

উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰই প্ৰতি ইউনিটত ৫.৩৯ টকাত , অসমে কিনিব ৬.৩০ টকাত। প্ৰাক্তন শক্তি মন্ত্ৰীয়ে উদঙালে আদানিৰ লুণ্ঠনৰ ভয়াৱহ তথ্য। বিহাৰত ২৪০০ মেগাৱাটত ৬২ হাজাৰ কোটিৰ কেলেংকাৰী , অসমৰ ৩২০০ মেগাৱাটত কিমান?

৯ মাহত বৃদ্ধি ৩৮ কোটি টকা; কেনেকৈ বাঢ়িল Bhagadatta Flyover ৰ নিৰ্মাণব্যয়?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগত এতিয়া ঠিকাদাৰৰ কথাই শেষ সিদ্ধান্ত৷ এই কথা পুনৰ এবাৰ উন্মোচিত হৈছে গুৱাহাটীৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতু (Bhagadatta Flyover)ৰ ক্ষেত্ৰত। ‘কীকী’ৰ দৰে ঠিকাদাৰক ৰঙা দলিচা পাৰি আদৰণি জনোৱা লোকনিৰ্মাণ বিভাগত এগৰাকী যুৱতী অভিযন্তাৰ…

অনিল কুমাৰ শর্মাৰ প্ৰতিষ্ঠানক ৰক্ষণাবেক্ষণৰ আঁৰত কোন? সন্দেহৰ আৱর্তত প্ৰদূষণ নিয়ন্ত্ৰণ ব’র্ড

গৌতম প্ৰতিম গগৈ গুৱাহাটীত আইন আৰু পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰে চলা নির্মাণ প্ৰকল্পক লৈ উদ্বিগ্ন ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ৷ সেউজ ন্যায়াধীকৰণৰ কঠোৰতাৰ পাছতেই গুৱাহাটীত আইন উলংঘাৰে চলা নির্মাণ কার্যক লৈ তৎপৰ হৈছে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ…