সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বিশ্লেষণ

একেদিনাই মন্ত্ৰী জয়ন্তৰ পত্নীয়ে তেজপুৰত কিনিলে ৩৬ বিঘা অনা কৃষিভূমি

তেজপুৰৰ হলেশ্বৰ মৌজাৰ পুনিয়নী গাঁৱত একেটা পৰিয়ালৰ পৰা একেদিনাই ৩৬ বিঘা ভূমি ক্ৰয় কৰি জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই অন্য এক অভিলেখৰ গৰাকী হয়৷ দিনটো আছিল ২০২৩ চনৰ ২৪ জুলাই৷

জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ?

১৯৭১ যুদ্ধত পাকিস্তান দুটুকুৰা হৈছিল৷ জন্ম হৈছিল নতুন এখন দেশৰ৷ নাম–বাংলাদেশ। এইবাৰো প্ৰশ্ন উঠিছে–যদি পাকিস্তান ভাৰতৰ সৈতে পূৰ্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হয়, তেনেহ’লে ১৯৭১ৰ পাছত আকৌ এবাৰ খণ্ড বিখণ্ড হ’ব নেকি পাকিস্তান? জন্ম হ’ব নেকি আৰু এখন…

Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!

কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা…

এইবাৰ তুলিৰাম ৰংহাঙৰ ভুৱা পি এইচ ডি!

২০০ কোটি টকীয়া ফাৰ্ম হাউচ নিৰ্মাণ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাঙৰ পি এইচ ডি ডিগ্ৰীক লৈ আৰম্ভ হৈছে এক নতুন বিতৰ্ক৷ তুলিৰাম ৰংহাঙে এক অস্তিত্বহীন বিশ্ববিদ্যালয়ৰ পৰা ভুৱা পি এইচ ডি ডিগ্ৰী…

চিমেণ্ট কোম্পানীৰ সন্মুখত কিয় ৰৈ যায় বুলড’জাৰ?

শুকুৰবাৰে পুনৰ উচ্ছেদ অভিযান চলিছে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীত৷ পূর্বতে উচ্ছেদ চলোৱা স্থানত পুনৰ আশ্ৰয় লোৱা অবৈধ দখলদাৰীৰ বিৰুদ্ধে প্ৰশাসনে পুনৰ চলাইছে উচ্ছেদ অভিযান৷ কচুতলীত প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ মাজতে এতিয়া ৰহস্যৰ সৃষ্টি…

মহাত্মা গান্ধীয়ে যদি এতিয়া নিৰ্বাচন খেলিলেহেঁতেন!

মহাত্মা গান্ধীয়ে যদি এতিয়া নিৰ্বাচন খেলিলেহেঁতেন, ফলাফল কি হ’লহেঁতেন! মহাত্মা গান্ধীয়ে আজিৰ পৰিস্থিতিত ভাৰতত নিৰ্বাচনত অৱতীৰ্ণ হ’লে নিশ্চিত পৰাজয়ৰ সন্মুখীন হোৱাই নহয়, আমানতৰ ধনো জব্দ হ’লহেঁতেন ৷ শেহতীয়া কেইবাটাও সাক্ষাৎকাৰত প্ৰত্যয়ৰে এই…

কি শপত পাহৰিলে জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকে?

হিপ্প’ক্ৰেটিক অথ্ (Hippocratic Oath)-চিকিৎসকৰ নৈতিকতাৰ পাঠ হিচাপে বিশ্বজুৰি স্বীকৃত আৰু গৃহীত৷ যেতিয়া এজন চিকিৎসকে পেছাগত জীৱন আৰম্ভ কৰে, তেতিয়াই গ্ৰহণ কৰে হিপ’ক্ৰেটিক অথ্৷ হিপ্প’ক্ৰেটিক অথ্ পোনতে লিখা হৈছিল গ্ৰীক ভাষাত৷ যাক সমগ্ৰ বিশ্বই…

কৃত্ৰিম মেধাৰ নতুন যুগ! নেলা-জয়ৰ কাহিনীয়ে কি কথা কৈ গ’ল?

২০২৩ চনৰ মাৰ্চৰ শেষভাগৰ কথা৷ প্ৰযুক্তি জগতৰ এহাজাৰতকৈও অধিক নেতৃস্থানীয় ব্যক্তিয়ে এখন মুকলি পত্ৰ প্ৰকাশ কৰে৷ এই পত্ৰত তেওঁলোকে সকীয়াই দিয়া যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰযুক্তিয়ে সমাজ আৰু মানৱতাৰ বাবে গভীৰ ভাবুকি কঢ়িয়াই আনিব পাৰে৷ এই…

অসম সুখীনে?

সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। -বলদেৱ মহন্তৰ এটা পুৰণি কবিতাৰ কেইটামান শাৰী মাত্ৰ এয়া৷ ৯০ দশকত ডাঙৰ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষা লৈয়ে…