Category বিশ্লেষণ

গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ নে পৰিৱৰ্তনকামী জনতাৰ নেতা হ’ব বিচাৰে?

THE CROSSCURRENT TAKE ২০২৪ চনৰ লোকসভা নিৰ্বাচন অসমৰ বাবে কেইবাটাও কাৰণত আছিল অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ তাৰ মাজৰ এটা ব্যতিক্ৰম ঘটনা আছিল যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিজয়৷ বিজেপিৰ চক্ৰবেহু ফালি অভিমন্যুৰ ৰূপত যোৰহাটত বিজয় সাব্যস্ত কৰিলে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে৷ যদিও…

ধৰ্মীয় গোড়ামিৰ ৰম্যভূমিত পৰিণত নেকি বাংলাদেশ?

২০২৪ বৰ্ষত দক্ষিণ এছিয়াৰ এখন গুৰুত্বপূৰ্ণ দেশ বাংলাদেশত সৃষ্টি হয় ৰাজনৈতিক অস্থিৰতাৰ। পৰিবেশ পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰে যে দেশ এৰি পলাবলগীয়া হয় খোদ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। তাৰ পাছৰ পৰাই বাংলাদেশত বৃদ্ধি পাইছে ধৰ্মীয় গোড়ামি। ঢাকা বিমানবন্দৰৰ পৰা যোৱা সোমবাৰে…

কংগ্ৰেছে বাস্তৱতাক বুজিব কেতিয়া?

কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া এতিয়া চূড়ান্ত অস্বচ্ছ,…

আমেৰিকাত বন্ধ হোৱা ই ভি এম ভাৰতত কিয়?

অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতেই আকৌ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ই ভি এম৷ বিৰোধী দলসমূহে ই ভি এমৰ জালিয়াতিৰ সম্ভাৱনাৰ বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ভি এমৰ বিৰুদ্ধে দেশজুৰি অভিযান চলোৱাৰ কথা…

৫০ বছৰলৈ ক্ষমতাত থকাৰ নীল নক্সা বিজেপিৰ

নিৰ্বাচন আয়ুক্ত সমিতিত থাকিব তিনিগৰাকী সদস্য৷ এই সদস্যসকল হ’ল –প্ৰধানমন্ত্ৰী , বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা মনোনীত এগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী৷ অৰ্থাৎ এই তিনিজনীয়া কমিটীত চৰকাৰী পক্ষই সংখ্যাগৰিষ্ঠ ৷ যাৰ জৰিয়তে তেওঁলোকে নিজৰ পছন্দৰ ব্যক্তিক অনায়াসে নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিব পাৰিব৷

শীতকালীন অধিৱেশনতেই পতন হ’ব বিজেপি চৰকাৰ

অষ্টাদশ লোকসভাৰ তৃতীয় অধিৱেশন বিজেপিৰ বাবে এটা ভয়লগা সপোন হৈ পৰিছে। এই অধিৱেশনতেই হয়তো উত্থাপন হ’ব পাৰে অনাস্থা প্ৰস্তাৱ। আৰু তাৰ পাছত সুযোগৰ সন্ধানত থকা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সিদ্ধান্তই ক্ষমতাৰ পৰা বিতাড়িত কৰিব পাৰে বিজেপিক। কিয়নো বিজেপিৰ একেবাৰে…

আমেৰিকাত ফাদিল অসমত বিদ্যুৎ বিক্ৰী কৰা এজিউৰৰ ক’লা অধ্যায়

অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ৰাজ্যই এজিউৰে দিছিল উৎকোচ। এক মেগাৱট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত ২৫ লাখকৈ উৎকোচ এজিউৰৰ। এজিউৰৰ পৰা ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয়ৰ চুক্তি অসম চৰকাৰৰ। তদন্ত হ’বনে কৃষকৰ মাটি কাঢ়ি ব্যৱসায় কৰা এজিউৰৰ দুৰ্নীতিৰ?

জলজীৱনৰ দুৰ্নীতিৰ ভয়ানক আখ্যানঃ দুৰ্নীতিৰ সহভাগী কলকাতা–হাৰিয়ানা-মুম্বাইৰ প্ৰতিষ্ঠান

বিশেষ প্ৰতিবেদন, দ্য ক্ৰছকাৰেণ্টঃ জলজীৱন আঁচনিৰ ৰূপাণত ৰাজ্যত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি৷ যাৰ বাবে কেন্দ্ৰই বন্ধ কৰি দিছে অসমৰ জলজীৱন আঁচনিৰ ধন৷ পৰিণতিত সমগ্ৰ ৰাজ্যত বন্ধ হৈ পৰিছে জলজীৱনৰ ৰূপায়ণ৷ জলজীৱনৰ ৰূপায়ণত সংঘটিত ভয়ংকৰ অনিয়মৰ এই তথ্য পোহৰলৈ আহিছে খোদ…

বানপানীৰ মোকাবিলা কৰিবলৈ নাই ধন। কেন্দ্ৰৰ পৰা অসমে পোৱা নাই পৰ্যাপ্ত টকা

প্ৰতিবছৰে বানপানীয়ে জুৰুলা কৰিছে অসমক৷ প্ৰতিবছৰে উত্থাপন হৈছে অসমৰ বানপানী সমস্যাক কেন্দ্ৰই অৱহেলা কৰাৰ অভিযোগ৷ কিন্তু প্ৰতিবাৰেই মুখ্যমন্ত্ৰীয়ে কৈছে অসমক কেন্দ্ৰই পৰ্যাপ্ত টকা দিছে৷ ২৫ জুন,২০২২ তাৰিখে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, বানপানীৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰই যিমান ধন…