Browsing Category
শীৰ্ষ সংবাদ
Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!
কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা…
POK- আচলতে কিমান ‘আজাদ’?
চিৰবৈৰী পাকিস্তানে অবৈধভাৱে দখল কৰা অঞ্চল-‘আজাদ কাশ্মীৰ’ আৰু ‘গিলগিট-বাল্টিস্তান’। যাক কোৱা হয় POK বা Pakistan Occupied Kashmir। ১৯৪৭ চনত যিসময়ত পূৰ্বৰ ৰাজকীয় ৰাজ্য জম্মু আৰু কাশ্মীৰ আনুষ্ঠানিক আৰু আইনগতভাৱে ভাৰতত চামিল হৈছিল, সেই সময়তে…
ভাৰতত কেনেকৈ ওলাল হাজাৰ হাজাৰ পাকিস্তানী?
কেনেকৈ ভাৰতত ওলাল হাজাৰ হাজাৰ পাকিস্তানী? কেনেকৈ ভাৰতত বসবাস কৰি আছিল পাকিস্তানী নাগৰিক? এই প্ৰশ্নৰ অৱতাৰণা হোৱাৰ কাৰণ আছে। হাজাৰ হাজাৰ পাকিস্তানীয়ে ভাৰতত বাস কৰি আছিল। পহলগামৰ ঘটনাৰ পাছতেই এই কথা পোহৰলৈ আহিল। ইয়াৰ পাছতেই এতিয়া প্ৰশ্নৰ উদয়…
এইবাৰ তুলিৰাম ৰংহাঙৰ ভুৱা পি এইচ ডি!
২০০ কোটি টকীয়া ফাৰ্ম হাউচ নিৰ্মাণ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাঙৰ পি এইচ ডি ডিগ্ৰীক লৈ আৰম্ভ হৈছে এক নতুন বিতৰ্ক৷ তুলিৰাম ৰংহাঙে এক অস্তিত্বহীন বিশ্ববিদ্যালয়ৰ পৰা ভুৱা পি এইচ ডি ডিগ্ৰী…
কংগ্ৰেছৰে মিত্ৰতা! অখিল গগৈ–হিমন্ত বিশ্ব শৰ্মাই ঘুচিয়াঘুঁচি কৰিব লাগিব!
মূল বিষয়লৈ যোৱাৰ আগত মনত পেলাব বিচাৰিছো ৩৭ বছৰ আগৰ এটা কাহিনী৷ চন ১৯৮৮৷ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী৷ অটল বিহাৰী বাজপেয়ী বিৰোধী দলৰ এজন উদীয়মান যুৱ নেতা৷ কংগ্ৰেছ আৰু বিজেপি তেতিয়া জাতশত্ৰু৷ হিন্দী বলয়ত অব্যাহত আছে কংগ্ৰেছৰ আধিপত্য৷ কিন্তু…
আৰ টি আইক ভেঙুচালি কৰি মোদী চৰকাৰৰ নতুন আইন
তথ্য জনাৰ অধিকাৰ আইনক নিঃশেষ কৰাৰ গোপন কৌশলেৰে নৰেন্দ্ৰ মোদী চৰকাৰে আনিছে নতুন আইন৷ তথ্যৰ অধিকাৰক এইবাৰ নিঃশেষ কৰিবলৈ লোৱা হৈছে তথ্যৰ সুৰক্ষাৰ নামত৷ তথ্য গাপ দিবলৈ ব্যৱহাৰ কৰা এই নতুন কৌশলৰ নামেই হৈছে ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকশ্যন এক্ট।…
ৱাকফ আহিল,বিজেপিৰহে শক্তি কমিল!
ৰাজ্যসভাত সেই বিশেষ দিনটোত বিৰোধী সাংসদ উপস্থিত আছিল ৮০ গৰাকী৷ প্ৰায় ৮ গৰাকী বিৰোধী সাংসদ সেই বিশেষ দিনটোত অনুপস্থিত আছিল যদিও কিন্তু ৱাকফৰ বিৰোধিতাৰে ৯৫ গৰাকী সাংসদৰ ভোট পৰিছিল৷এইটো সঁচাকৈয়ে এক আশ্চৰ্যকৰ সংখ্যা নহয়নে?
সেই বিশেষ দিনটো…
দলিতক অপমান বন্ধ কৰক, অন্যথা ভুগিব লাগিব পৰিণাম! বিজেপিলৈ RSSৰ সকীয়নি
দেশত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে৷ শ্বেয়াৰ মাৰ্কেটত জনতাই বিনিয়োগ কৰা ধন হেৰুৱাইছে৷ দুগ্ধ উদ্যোগ, কৃষিখণ্ড, গাড়ীৰ উদ্যোগ আদিলৈ ট্ৰাম্পৰ শুল্ক নীতিয়ে ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই ক্ষেত্ৰত নিমাত৷ বিজেপি…
স্বাভিমান বিসৰ্জন! বিজেপিৰ নাগপাশত আৱদ্ধ হৈ হাতী এৰি পদুমৰ ছবিৰে নিৰ্বাচন খেলিবলৈ সাজু অগপ প্ৰাৰ্থী
ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত ৰাষ্ট্ৰীয় দল বিজেপিৰ ওচৰত নতশিৰ হ’বলৈ বাধ্য হৈ পৰিছে একালৰ জাতীয়তাবাদী আঞ্চলিক দল অসম গণ পৰিষদ। অসম আন্দোলনৰ ফলশ্ৰুতিত গঠিত হোৱা অগপক এসময়ত ৰাইজে হিয়া উজাৰি মৰম দিছিল। অসম গণ পৰিষদ মানেই যেন…
সমালোচনাই সম্বিত ঘূৰালে ড’নাল্ড ট্ৰাম্পৰ
৯ এপ্ৰিলৰ মাজনিশাৰ পৰা বলৱৎ হৈছিল ড'নাল্ড ট্ৰাম্পৰ নতুন শুল্ক নীতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়েই ড'নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত জাপি দিছিল অতিৰিক্ত শুল্ক। যাক লৈ সমগ্ৰ বিশ্বত দেখা দিয়ে অৰ্থনৈতিক অনিশ্চয়তা। বিশ্বৰ প্ৰায়বোৰ শ্বেয়াৰ…