Category শীৰ্ষ সংবাদ

The CrossCurrent সবিশেষ : জিকা ভাইৰাছ কি , কেনেকৈ বিয়পে , প্ৰতিৰোধৰ উপায় কি ?

নিয়ৰ প্ৰভাত কলিতাৰ কলমত- 🔴 ক’ভিডৰ ভয়াবহতাৰ মাজতে দেশত জিকা ভাইৰাছৰ আতংক দেশত ক’ভিডে কাল ৰূপ ধাৰণ কৰাৰ সময়তে কেৰেলাত চিনাক্ত হৈছে জিকা ভাইৰাছত আক্ৰান্ত ৰোগী। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে ৰাজ্যখনৰ তিৰুৱন্তপুৰম জিলাত জিকা ভাইৰাছৰ উপস্থিতিৰ কথা নিশ্চিত কৰিছে।…

কেৰালাত আতংকৰ সৃষ্টি কৰা কি এই জিকা ভাইৰাছ?

কৰোনাৰ আতংক অব্যাহত৷তাৰমাজতে কেৰালাত এতিয়া জিকা ভাইৰাছৰ আতংক  আৰম্ভ হৈছে৷কিন্তু কেৰালাত আতংকৰ সৃষ্টি কৰা কি এই জিকা ভাইৰাছ? জিকা ভাইৰাছ হৈছে এডিচ প্ৰজাতিৰ এবিধ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ভাইৰাছ৷এডিচ প্ৰজাতিৰ মহে সাধাৰণতে দিনত কামোৰে আৰু ডেংগু-সালধীয়া জ্বৰ আদি ৰোগত মানুহক…

ইটালী বনাম ইংলেণ্ড -১

জুৰি বৰুৱাৰ কলমত- মুছোলিনি আৰু মাৰ্ক’ প’ল’ৰ দেশ ইটালী ৷ বেনিট’ মুছোলিনি আছিল বিংশ শতিকাৰ ইউৰোপৰ প্ৰথমজন একনায়কত্ববাদী শাসক ৷ ফেচিষ্ট ৰাজনীতিৰ ইতিহাসত কোনে পাহৰিব পাৰে মুছোলিনিক! আনহাতে মাৰ্ক’ প’ল’ আছিল এজন সদাগৰ যি এছিয়াৰ চিল্ক ৰোড হৈ চীন, জাপান,…

গামোচা , পিঠা- লাৰু , টেট পৰীক্ষা সন্দৰ্ভত অসম চৰকাৰে কি সিদ্ধান্ত ল’লে ?

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অষ্টমসংখ্যক  কেবিনেট বৈঠক ৷ এই বৈঠকত গামোচা , পিঠা – লাৰুৰ পৰা আৰম্ভ কৰি টেট পৰীক্ষালৈ কেবাটাও গুৰুত্বপূৰ্ণ  সিদ্ধান্ত লোৱা হয় ৷ আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ হ’ল-…

পুৱাই কঁপিল অসম ৷অভিকেন্দ্ৰ ক’ত ?

বুধবাৰে পুৱাই এক মৃদু ভূমিকম্পত কঁপি উঠিল সমগ্ৰ অসম আৰু মেঘালয় ৷ ৰিখটাৰ স্কেলত ৫.২ প্ৰাবল্যৰ এই ভূমিকম্পৰ কম্পন অনুভূত হয় পুৱা ৮.৪৫ বজাত ৷ এই ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ গোৱালপাৰা জিলা ৷ প্ৰাপ্ত বাতৰি অনুসৰি , অসম- মেঘালয়ৰ লগতে পশ্চিমবংগৰ…

৪৮ ঘন্টাৰ ভিতৰত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৷ তালিকাত কোন কোন ?

বহু চৰ্চা , জল্পনা – কল্পনাৰ পাছত অৱশেষত আহি পাইছে সেই গুৰুত্বপূৰ্ণ মুহূৰ্তটো ৷ অহা ৪৮ ঘন্টাৰ ভিতৰত নৰেন্দ্ৰ মোদী কেবিনেটৰ সম্প্ৰসাৰণ কৰা হ’ব ৷ ৰাজধানী দিল্লীত এই মুহূৰ্তত আটাইতকৈ সৰৱ চৰ্চা চলিছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ৷ কোন নতুন…