শ্ৰেণী শীৰ্ষ সংবাদ

আফগানিস্তানৰ পৰা কেনেকৈ উভতি আহিল ১৫০ গৰাকী ভাৰতীয়? গাৰ নোম শিয়ৰি উঠা ৬৫ ঘন্টাৰ এটা কাহিনী-

তালিবানে কাবুল দখল কৰাৰ পাছত ভাৰতৰ গৃহ মন্ত্ৰালয়ে আফগানিস্তানৰ পৰা ভাৰতীয় সকলক উভতাই আনিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে  বিপদসংকুল পৰিস্থিতিৰ মাজতেই আফগানিস্তানৰ পৰা ১৫০ গৰাকী ভাৰতীয়ক ভাৰতলৈ উভতাই অনা হৈছে। ১৫০ গৰাকী ভাৰতীয়ক দেশলৈ উভতাই অনা Indo Tibetan Boarder…

আফগানিস্তানৰ পৰা কেনেকৈ উভতি আহিল ১৫০ গৰাকী ভাৰতীয়? গাৰ নোম শিয়ৰি উঠা এটা ৬৫ ঘন্টাৰ এটা কাহিনী-

তালিবানে কাবুল দখল কৰাৰ পাছত ভাৰতৰ গৃহ মন্ত্ৰালয়ে আফগানিস্তানৰ পৰা ভাৰতীয় সকলক উভতাই আনিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে  বিপদসংকুল পৰিস্থিতিৰ মাজতেই আফগানিস্তানৰ পৰা ১৫০ গৰাকী ভাৰতীয়ক ভাৰতলৈ উভতাই অনা হৈছে। ১৫০ গৰাকী ভাৰতীয়ক দেশলৈ উভতাই অনা Indo Tibetan Boarder…

হঠাৎ শক্তিশালী ইছলামাবাদ : ভাৰতৰ দু:শ্চিন্তাৰ কাৰণ কি ?

তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে হঠাৎ শক্তিশালী হৈ উঠিছে ইছলামাবাদ ৷ আফগানিস্তানৰ শেহতীয়া ঘটনাৱলী দক্ষিণ – পশ্চিম এছিয়াৰ প্ৰেক্ষাপটত পাকিস্তানৰ এক বৃহৎ সাফল্য বুলি অভিহিত কৰিছে কূটনৈতিক মহলে ৷ কিন্তু একেসময়তে বৃদ্ধি পাইছে ভাৰতৰ দু: শ্চিন্তা ৷ কাৰণ ,…

তালিবানৰ সংবাদমেল :মহিলাসকলে চাকৰি কৰিব পাৰিবনে ?

আফগানিস্তানে অন্য কোনো দেশক ভাবুকি প্ৰদান নকৰে ৷আফগানৰ ভূমি ব্যৱহাৰ কৰি কোনেও প্ৰতিবেশী ৰাষ্ট্ৰৰ ক্ষতি কৰিব নোৱাৰে ৷ দুটা দশকৰ পাছত আফগানিস্তানৰ কৰ্তৃত্ব লাভ কৰাৰ পাছত এইদৰে কৈছে তালিবানৰ নেতৃত্বই ৷ তালিবানৰ মুখপাত্ৰ যাবিউল্লাহ মুজাহিদে মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি…

অসম – মিজোৰাম সীমান্তত পুণৰ উত্তেজনা : কাৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ?

অসম – মিজোৰাম সীমান্তত পুণৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷মঙলবাৰে মিজোৰামে অসম আৰক্ষীৰ ওপৰত গুলীচালনাৰ অভিযোগ উত্থাপণ কৰিছে ৷মিজোৰামৰ অভিযোগ অনুসৰি অসম আৰক্ষীয়ে কৰা গুলীচলনাত এজন নীৰিহ লোক আহত হৈছে ৷ মিজোৰামৰ অভিযোগ সন্দৰ্ভত অসম চৰকাৰে কয় যে সীমান্তত দুৰ্বৃত্তই…

আফগানিস্তানক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কি ক’লে ?

আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বাবে মূলত: জগৰীয়া কৰা হৈছে আমেৰিকাক ৷ আফগানিস্তানৰ মুক্তিৰ সপোন দেখুৱাই পুণৰ তালিবানৰ হাতত ক্ষমতা তুলি দিয়া কাৰ্যক বিশ্ব সমুদায়ে সহজভাৱে ল’ব পৰা নাই ৷ এনে প্ৰেক্ষাপটত নিজৰ পক্ষ সদৰী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৷ তেও…

নতুন SOP ত কি কি আছে?

◆ ৰাজ্যত উন্নতি ঘটিছে ক’ভিড পৰিস্থিতিৰ। ◆ ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) কাইলৈ বুধবাৰ, ১৮ আগষ্ট ২০২১ৰ পুৱা ৫.০০ বজাৰ পৰা কাৰ্যকৰী হ’ব। ◆ ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ’ব নৈশ সান্ধ্য আইন। ◆ সকলো জিলাতে নিশা ৭.০০ বজাৰ…

দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে , কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানে ?

তালিবানৰ ৰাজধানী চহৰ দখলৰ পাছত দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷তেও আমেৰিকালৈ ৰাওণা হোৱা বুলি খবৰ ওলাইছে ৷ তাৰ মাজতে কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানেও ৷ বিমানখনত আছে ১২৯ গৰাকী যাত্ৰী ৷ দেওবাৰে তালিবানী বাহিনীয়ে কাবুল দখল কৰাৰ…

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত পতাকা উত্তোলন কৰি কি কি বিশেষ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে?

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত পতাকা উত্তোলন কৰি কি কি বিশেষ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে?   আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি কেইবাটাও বিশেষ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে – ১) এতিয়াৰে…

স্বাধীনতা দিৱসত ৰাজ্যবাসীক উদেশ্যি কি কলে মুখ্যমন্ত্ৰীয়ে?

খানাপাৰাত ৰাজ্যিকভাবে পালন স্বাধীনতা দিৱস৷পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷আম্বেদকাৰৰ উদ্ধৃতিৰে স্বাধীনতাৰ সংজ্ঞা মুখ্যমন্ত্ৰীৰ৷ৰাজ্যৰ স্বাধীনতা সংগ্ৰামীক স্মৰণ মুখ্যমন্ত্ৰীগৰাকীৰ৷উপস্থিত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু  বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী৷