শ্ৰেণী শীৰ্ষ সংবাদ

অসমৰ কৃষকৰ পৰা কোনে লুটি নিলে ৮৫ কোটি টকা?

অসমৰ কৃষকৰ পৰা চৰকাৰে ধান ক্ৰয় নকৰে৷পৰিনতিত অসমৰ কৃষকে ধানৰ উচিত মূল্য লাভ নকৰে৷সেইবাবেই অসমৰ কৃষক দেশৰ অন্য ৰাজ্যৰ কৃষকে লাভ কৰা সুবিধা তথা উচিত মূল্যৰ পৰা বঞ্চিত৷কিন্তু ইমানখিনিৰ পিছতো,নৰেন্দ্ৰ মোদীৰ সহায়ত আম্বানি-আদানীৰ দৰে পুঁজিপতিয়ে অসমৰ খেতিয়কৰ পৰা ৪ বছৰত…

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিলম্বন কিয় ?

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প কুমাৰ দাসক নিলম্বন কৰা হৈছে ৷ উপাচাৰ্যগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰা সময়ত এক গুৰুতৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপণ হৈছিল ৷ উল্লেখ্য যে ২০১০ ৰ পৰা ২০১৭ চনৰ ভিতৰত আইডলত মুঠ…

পৃথিৱীখন মানুহৰ বাবে বাসোপযোগী হৈ থাকিবগৈনে?

সোমবাৰে IPCC ৰ ৱৰ্কিং গ্ৰুপৰ এক প্ৰতিবেদন প্ৰকাশিত হৈছে। প্ৰতিবেদনখনে ভাৰতৰ বতৰ আৰু শতিকাৰ জলবায়ু সম্পৰ্কীয় বহুকেইটা উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে। প্ৰতিবেদনখনত কোৱা হৈছে যে, পৰৱৰ্তী কেইটামান দশকত ভাৰতত তাপমাত্ৰা বৃদ্ধিৰ লগতে,খৰাং,ধাৰাষাণ বৰষুণ আৰু অধিক ঘূৰ্ণিবতাহৰ ঘটনা সংঘটিত হব। ইয়াৰ…

ট্ৰাক ড্ৰাইভাৰৰ লগত কি সম্পর্ক মীৰাবাঈ চানুৰ?

মীৰাবাঈ চানু৷ টকিঅ’ত অনুষ্ঠিত হৈ থকা অলিম্পিকৰ পৰা ভাৰতৰ হৈ প্ৰথমটো মেডেল লাভ কৰিলে মীৰাবাঈ চানু৷ মীৰাবাঈ চানু এতিয়া কেৱল মনিপুৰ অথবা উত্তৰ-পূর্বৰ বাবেই গৌৰৱ নহয়,গৌৰৱ সমগ্ৰ দেশৰ বাবে৷ কিন্তু দেশৰ বাবে গৌৰৱত পৰিণত হোৱা মীৰাবাঈ চানু এই সফলতাৰ বাবে…

ইতিহাস ৰচি অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ-

ইতিহাস ৰচিলে লাভলীনাই৷ টকিঅ’ৰ পৰা আহিল সংবাদ- ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ৷ বুছেনাজ ছুৰমেনেলীৰ হাতত পৰাজিত লাভলীনা বৰগোহাঁই৷  

ৰাহুলৰ ব্ৰেকফাষ্টৰ পৰাই সূচনা হ’ব নেকি মোদী হাটাও অভিযান?

ব্ৰেকফাষ্ট ৷ ব্ৰেকফ্ৰাষ্টৰ বাবে খোৱা টেবুলত বহি আপুনি বহু কথাই ভাবিব পাৰে৷ব্ৰেকফাষ্টৰ ৫ মিনিটৰ সময়খিনিত আপুনি দিনটোৰ পৰিকল্পনা কৰিব পাৰে,আপোনাৰ দিনটোৰ বাবে সামগ্ৰীক ৰুটিন এখন তৈয়াৰ কৰি লব পাৰে৷ কিন্তু আজি আমি এনে এটা ব্ৰেকফাষ্টৰ কথা কব ওলাইছো,যি ব্ৰেকফাষ্টত শাসনৰ…

মিজোৰামৰ সাংসদক গোচৰৰ পৰা ৰেহাই কিয় ?

মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰিছে অসম আৰক্ষীয়ে ৷ অসম- মিজোৰামৰ সীমান্তকেন্দ্ৰিক সংঘাত অব্যাহত থকাৰ সময়তে নতুন দিল্লীত উচটনিমূলক বক্তব্য প্ৰদান কৰিছিল সাংসদগৰাকীয়ে ৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে কে ভানলালভেনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওক…

টকিঅ’ৰ পৰা আহিল ভাল খবৰ-জয়লাভ লাভলীনাৰ

টকিঅ’ অলিম্পিকত লাভলীনাৰ জয়লাভ৷ কোৱাটাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাইৰ৷ জার্মানীৰ বক্সাৰ নাডিন আপেজক পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাইৰ৷

প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নির্বাচিত হল ভূপেন বৰা৷ বিগত নির্বাচনৰ ব্যর্থতাৰ পিছতেই সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৰিপুন বৰাই৷তেতিয়াৰে পৰা সভাপতি অবিহনে চলি অসমৰ কংগ্ৰেছ৷ আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই ভূপেন বৰাক অর্পণ কৰে আনফালে ৰানা গোস্বামী,কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ…

মণিপুৰৰ কন্যা চাইখন মীৰাবাঈ চানুৰ অলিম্পিকত ৰূপৰ পদক জয়

মণিপুৰৰ কন্যা চাইখন মীৰাবাঈ চানুৱে অলিম্পিকত ৰূপৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ইয়াৰ লগে লগে টকিঅ’ অলোম্পিকত ভাৰতে পদকৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিলে ৷ভাৰত্তোলনৰ ৪৯ কে জি শাখাত তেও এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় ৷…