সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মণিপুৰৰ কন্যা চাইখন মীৰাবাঈ চানুৰ অলিম্পিকত ৰূপৰ পদক জয়

মণিপুৰৰ কন্যা চাইখন মীৰাবাঈ চানুৱে অলিম্পিকত ৰূপৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ইয়াৰ লগে লগে টকিঅ’ অলোম্পিকত ভাৰতে পদকৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিলে ৷ভাৰত্তোলনৰ ৪৯ কে জি শাখাত তেও এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় ৷ ২০০০ চনত ছিডনী অলিম্পিকত কৰ্ণম মালেশ্বৰীয়ে এই কৃতিত্ব অৰ্জন কৰিছিল ৷অলিম্পিকত ৰূপৰ পদক জয় কৰা মীৰাবাঈ চানু পঞ্চমগৰাকী ভাৰতীয় এথলীট ৷

Leave A Reply

Your email address will not be published.