Investigative reporting with dedication.
LinkedInত ফুটবলাৰ বিচাৰি ফুৰা বুবিস্তাৰ দল এতিয়া বিশ্বকাপৰ নকআউটত

কেপ ভাৰ্ডেৰ দৰে এখন সৰু দেশে ফুটবল বিশ্বকাপৰ ২০২৬ সংস্কৰণত নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰি এক অভূতপূৰ্ব ইতিহাস ৰচনা কৰিছে। এই ঐতিহাসিক যাত্ৰাৰ আঁৰৰ নায়ক গৰাকীয়েই হ’ল দলটোৰ মুখ্য প্ৰশিক্ষক পেদ্ৰো লেইতাও ব্ৰিটো। যাক সমগ্ৰ বিশ্বতে ‘বুবিস্তা’ নামেৰে পৰিচিত। মাত্ৰ পাঁচ লাখ…










