সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ক্ৰীড়া

এমবাপে নহয়, পাৰ্থক্যৰ ৰেখা আঁকিলে গ্ৰিজমেনে !

ফৰাচী ফৰৱাৰ্ড কিলিয়ান এমবাপেক ইংলেণ্ডে কেনেকৈ প্ৰতিহত কৰিব, তাক লৈ বেছ আলোচনা হৈছিল । কিয়নো যোৱাবাৰৰ বিজয়ী দলটোৰ তেওঁ আছিল প্ৰধান অস্ত্ৰ । পাঁচটাকৈ গ'ল দি সেই তালিকাত তেৱেঁই শীৰ্ষত আছে । গতিকে স্বাভাৱিকতে তেওঁক লৈ আলোচনা হ'বই । কিন্তু…

মেনেজাৰক লগত ৰাখি পুনৰ বিতৰ্কত ৰ’ণাল্ডো

ব্যক্তিগত মেনেজাৰ ৰখাক লৈ বিতৰ্কত পৰ্টুগালৰ তাৰকা খেলুৱৈগৰাকী।কাটাৰ বিশ্বকাপ ফুটবলত ব্যক্তিগত মেনেজাৰ ৰাখিছে ৰ'নাল্ডোৱে।মেনেজাৰ ৰিকি ৰেগুফেকক লগত ৰখাক লৈ দলত অসন্তুষ্টি। মঙলবাৰে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ মেচখনত ৰ'নাল্ডোক…

বিশ্বকাপ ফুটবল — কোৱাৰ্টাৰ ফাইনেল

আজি ইউৰোপ বনাম দক্ষিণ অমেৰিকা !! নেইমাৰ বনাম ব্ৰজভিক, মেছি বনাম ভাৰ্জিল ভান ডিক ।। জিতেন গগৈ ।। বিশ্ৱ কাপ ফুটবলৰ আজিৰ দুয়োখন কোৱাৰ্টাৰ ফাইনেলত দেখা যাব ইউৰোপ আৰু দক্ষিণ আমেৰিকান দলৰ মাজৰ যুঁজ, য'ত ব্ৰাজিল ক্ৰৱেচিয়া আৰু আৰ্জেন্টিনা…

বিশ্বকাপ ফুটবল: একনায়কত্ববাদী চৰকাৰ আৰু ফিফাৰ বিতৰ্কিত ইতিহাস।

নক-আউট পৰ্যায়ত প্ৰৱেশৰ লগে লগে চলিত বিশ্ৱ কাপ ফুটবল প্ৰতিযোগিতাই নতুন গতি লাভ কৰিছে । সমান্তৰালভাৱে আন এখন যুঁজো ক্ৰমশঃ জমি উঠিবলৈ আগবাঢ়িছে । সেইয়া হৈছে সৰ্বাধিক গ'লদাতা হোৱাৰ যুঁজ । এইখন ক্ষেত্ৰত সদ্যহতে আগবাঢ়ি আছে ফ্ৰান্সৰ ফৰৱাৰ্ড…

দৃষ্টি কেৱল জাৰ্ছী নম্বৰ ১০ ত !

ফুটবলৰ ৰাজকুমাৰ। লিঅ'নেল মেছী এক আবেগৰ নাম। লিঅ'নেল মেছী কোটি কোটি অনুৰাগীৰ হৃদয়ৰ নাম। ধমনীয়ে ধমনীয়ে শিহৰণ তোলা এটি নাম লিঅ'নেল মেছী। যাৰ দুভৰিৰ ছন্দত হৃদস্পন্দন বাঢ়ে মানুহৰ। আৰ্জেন্টিনাৰ লিঅ'নেল মেছীক লৈ কোন আবেগিক নহয়? লেটিন আমেৰিকাৰ পৰা…

ৰিয়ানৰ ওপৰত ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দৃষ্টি পৰিবনে ?

●জীতেন গগৈ বিজয় হাজাৰে ট্ৰফীত ১২৩ ষ্ট্ৰাইক-ৰেটেৰে অসমৰ ৰিয়ান পৰাগৰ ৫৫২ ৰান !দুটাকৈ শতৰান আৰু অৰ্দ্ধ শতৰান !৯ টা ইনিংছত ৩০ টা ছয় আৰু ৩৭ টা চাৰি !নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিব নে ?মহাৰাষ্ট্ৰৰ বিৰুদ্ধে আহমেদাবাদত চলি থকা বিজয় হাজাৰে ট্ৰফীৰ…

আঘাত পালে কোহলিয়ে

ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে দুৃঃখবৰ! ছেমিফাইনেলৰ পূৰ্বে আঘাতপ্রাপ্ত ক্ৰিকেটাৰ বিৰাট কোহলি। ৰোহিত শৰ্মাৰ পিছত এইবাৰ আঘাতপ্রাপ্ত প্ৰাক্তন অধিনায়কগৰাকী।এডিলেডত অনুশীলনৰ সময়ত আঘাতপ্রাপ্ত হয় 'কিং' কোহলি।বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ছেমি…

সফলতাই যেন এইসকলৰ পিছতহে দৌৰে …

শুনি হয়তো আপুনি আচৰিত হৈছে। কিন্তু আপুনি জানেনে--- আপোনাৰ-মোৰ প্ৰিয় ক্ৰিকেটাৰগৰাকী এগৰাকী কোটিপতি ব্যৱসায়ী ।এইগৰাকী ক্ৰিকেটাৰে ব্যৱসায়ত বিনিয়োগ কৰে কোটি কোটি টকা । কোন খেলুৱৈয়ে ক'ত কিমান টকা বিনিয়োগ কৰে আপুনি জানেনে? ভদ্রলোকৰ খেল…

ভিডিঅ’ ভাইৰেল কৰি নিবনুৱা হ’ল কৰ্মচাৰী

বিগত ১৩ অক্টোৱৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ আছে টি-২০ বিশ্বকাপ। দেওবাৰে অষ্ট্ৰেলিয়াৰ পাৰ্থ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত মেচ। উক্ত মেচৰ বাবে ভাৰতীয় খেলুৱৈ আছিল অষ্ট্ৰেলিয়াৰ ফাইভ ষ্টাৰ হোটেল ক্ৰাউন পাৰ্থত।…

ৰোলাৰ স্কেটিং চেম্পিয়নশ্বীপৰ সামৰণি

৫ নং সদৌ অসম ৰোলাৰ স্কেটিং চেম্পিয়নশ্বীপৰ দুদিনীয়া প্ৰতিযোগিতা সফলতাৰে অন্ত পৰে।২৯ আৰু ৩০ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত ১৬ জিলাৰ পৰা ডেৰ শতাধিক স্কেটাৰে অংশ গ্ৰহণ কৰা চেম্পিয়নশ্বিপত বিভিন্ন শাখাত সৰ্বমুঠ ৮৪ টা ৰেচ অনুষ্ঠিত হয়…