Investigative reporting with dedication.
সংযুক্ত আৰৱ আমিৰশ্বাহীত আৰম্ভ হ’ল টি-২০ বিশ্বকাপৰ মহাৰণ

🔴 সংযুক্ত আৰৱ আমিৰশ্বাহীত চলি আছে টি-২০ বিশ্বকাপৰ মহাৰণ 🔴 উদ্বোধনী মেচত পাপুৱা নিউগিনিক ১০ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে ওমানে 🔴 দ্বিতীয় মেচতেই ঘটিল অঘটন! বাংলাদেশক হৰুৱাই চমক দেখুৱালে ক্ৰিকেটৰ শিশু স্কটলেণ্ডে 🔴 ২৪ অক্টোবৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে খেলি অভিযান…










