Investigative reporting with dedication.

ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে আধাতে IPL-2021 স্থগিত ৰাখিবলৈ বাধ্য হৈছিল BCCI। কিন্তু আজিৰে পৰা পুনৰ আৰম্ভ হব IPL-2021ৰ দ্বিতীয় পৰ্যায়ৰ মহাৰণ। আৰৱত অনুষ্ঠিত হ’বলগীয়া আজিৰ প্ৰথমখন খেলত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হব ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছ।
এতিয়া আবেলি সাত বজালৈ অধীৰ আগ্ৰহেৰে বাট চাইছে ক্ৰিকেটপ্ৰেমীয়ে। উল্লেখ্য যে ১৫ অক্টোবৰত চলিত বৰ্ষৰ IPLৰ চূড়ান্ত খেলখন অনুষ্ঠিত হব।




