The CrossCurrent Bureau

The CrossCurrent Bureau

Sensible Medical insurance Preparations

ghstbuyer 2307 Mandating this type of extremely important health and fitness benefits guarantees complete coverage for those and you may household, dealing with the diverse health care requires. These types of benefits tend to be emergency characteristics, maternity and you…

The Founding of YouTube A Short History

YouTube is one of the most influential platforms in modern media, but its origin story is surprisingly simple: a small team wanted an easier way to share video online. In the early 2000s, uploading and sending video files was slow, formats…

বিগত ৬ বছৰে অৰুণাচলৰ ভূমি দখল PLAৰ

অসমৰ সমীপৰ অৰুণাচল প্ৰদেশত চীনে ভাৰতৰ ভূমি দখল কৰাৰ গুৰুতৰ তথ্য পোহৰলৈ আহিছে। অৰুণাচল প্ৰদেশৰ নাহ জনজাতিৰ লোকসকলে উত্তৰ সোৱণশিৰি জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চীনৰ আগ্ৰাসনৰ অভিযোগ উত্থাপন কৰিছে। বিগত ছবছৰত চীনৰ পিপ’ল লিবাৰেচন আৰ্মীয়ে তেওঁলোকৰ চৰণীয়া মাটি, কৃষিক্ষেত্ৰৰ এক বৃহৎ অংশ…

LinkedInত ফুটবলাৰ বিচাৰি ফুৰা বুবিস্তাৰ দল এতিয়া বিশ্বকাপৰ নকআউটত

কেপ ভাৰ্ডেৰ দৰে এখন সৰু দেশে ফুটবল বিশ্বকাপৰ ২০২৬ সংস্কৰণত নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰি এক অভূতপূৰ্ব ইতিহাস ৰচনা কৰিছে। এই ঐতিহাসিক যাত্ৰাৰ আঁৰৰ নায়ক গৰাকীয়েই হ’ল দলটোৰ মুখ্য প্ৰশিক্ষক পেদ্ৰো লেইতাও ব্ৰিটো। যাক সমগ্ৰ বিশ্বতে ‘বুবিস্তা’ নামেৰে পৰিচিত। মাত্ৰ পাঁচ লাখ…

পলিয়েষ্টাৰ কাপোৰৰ ইউনিফর্মৰ নামত বহিৰাগতক ৪৩ কোটি টকাৰ ঠিকা

the crosscurrent.in

নিম্নমানৰ ইউনিফর্মক লৈ সৃষ্টি হৈছে তীব্ৰ বিতর্কৰ৷ শিক্ষার্থীক যোগান ধৰা পলিষ্টাৰৰ ইউনিফর্ম সন্দর্ভত ইতিমধ্যে যুক্তি দাঙি ধৰিছে শিক্ষামন্ত্ৰীয়ে৷ কিন্তু অসমৰ বিদ্যালয়ত নিম্নমানৰ ইউনিফর্ম যোগান ধৰিছে কোনে? ইউনিফর্ম যোগানৰ কোটি কোটি টকীয়া ঠিকা গতাই দিয়া হৈছে বহিৰাগত প্ৰতিষ্ঠানক৷ ৰাজ্যৰ থলুৱা ব্যৱসায়ী-ঠিকাদাৰক…

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ হস্পিতালৰ পৰাই অমিত শ্বাহৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি গৃহ মন্ত্ৰী অমিত শ্বাহে হস্পিতালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোন যুগে কথা পাতে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰী অমিত শ্বাহক কিছুদিন পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীৰ এইমচত ভর্তি কৰোৱা হৈছিল। ইয়াৰ পিছত আজি টুইটাৰ…

বৰ্ধিত কৰকলৈ অসন্তুষ্ট Toyota, ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত

যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ বিশ্বৰ কোম্পানী সমূহক ভাৰতত নিজৰ কাৰখানা স্থাপন কৰিবলৈ আহ্বান কৰি আহিছে, তেনে সময়ত প্ৰতিষ্ঠিত গাড়ী নিৰ্মাতা কোম্পানী Toyota এ ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। আজি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি Toyota…

নিজৰ জীৱন নিজেই বচাওঁক, কিয়নো প্ৰধানমন্ত্ৰী এতিয়া ময়ূৰৰ লগত ব্যস্ত: ৰাহুল গান্ধী

সংসদৰ বৰ্ষা কালীন অধিবেশনৰ আৰম্ভণিৰ ঠিক আগে আগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হল ৰাহুল গান্ধী।দেশত কৰুণা ভাইৰাছৰ বৃদ্ধিক লৈ ৰাহুল গান্ধীৰ আক্ৰমণ নৰেন্দ্ৰ মোডীক। আজি টুইটাৰ যোগে ৰাহুল গান্ধীয়ে কয় যে “কৰুণা সংক্ৰমণৰ সংখ্যা এই সপ্তাহত…

কিয় ক্ষমা খুজিলে বহুবল্কী বিজেপি প্ৰবক্তা সম্বিত পাত্ৰাই?

বহুবল্কী বিজেপি প্ৰবক্তাই টেলিভিছনৰ এক বিতৰ্কিত কৰা তেওঁৰ মন্তব্যৰ বাবে ক্ষমা খুজিছে। সাধাৰণতে লাগ বান নোহোৱা কথাৰে টিভি বিতৰ্কত প্ৰতিপক্ষক হাৰাশাস্তি কৰা সম্বিত পাত্ৰাই এনেদৰে ক্ষমা বিচৰা নজিৰ তেনেই দুৰ্লভ। যোৱা কালি India Today নামৰ নিউজ চেনেলটোৰ এক বিতৰ্কত এংকৰ…