বৰ্ধিত কৰকলৈ অসন্তুষ্ট Toyota, ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত

Share This Article

যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ বিশ্বৰ কোম্পানী সমূহক ভাৰতত নিজৰ কাৰখানা স্থাপন কৰিবলৈ আহ্বান কৰি আহিছে, তেনে সময়ত প্ৰতিষ্ঠিত গাড়ী নিৰ্মাতা কোম্পানী Toyota এ ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। আজি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি Toyota এ ভাৰত চৰকাৰৰ গাড়ী আৰু মটৰচাইকেলত যি বিৰ্ধিত কৰ সি কোম্পানী সমূহক উৎপাদন বৃদ্ধি কৰিবলৈ উৎসাহিত নকৰা বুলি জানিব দিয়ে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক বাতৰি অনুসৰি Toyota এ খেদ প্ৰকাশ কৰি জানিব দিছে যে “আমি ভাৰতলৈ আহি বিনিয়োগ আৰম্ভ কৰিবলৈ লোৱাৰ পৰা এটাই মেছেজ লাভ কৰিছো যে আমাক ইয়াত আচলতে নিবিচাৰে”।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau