The CrossCurrent Bureau

The CrossCurrent Bureau

সাম্প্ৰতিক (৩): স্বাধীনতা কি? স্বাধীন কোন?-বিশ্বজিৎ বৰা

photo courtesy: financial express

“আজিৰ দিনত স্বাধীনতা হৈছে কংক্ৰীটৰ জংঘলৰ কাৰণে প্ৰাকৃতিক জংঘল ধ্বংস কৰাৰ স্বাধীনতা। ধনীৰ সন্তানৰ কাৰণে উচ্চ-উচ্চতৰ শিক্ষা সাং কৰাৰ স্বাধীনতা, আৰু দুখীয়াৰ সন্তানৰ কাৰণে খাবলৈ নাই কণ, তথাপিও বৰ সবাহলৈ মন কৰাৰ স্বাধীনতা, অৰ্থাৎ ধনীকেইটা দিনক দিনে ধনী হৈ গৈ…

ফুটছেৰো: এক অপ্ৰত্যাশিত ইউটোপিয়া-জিতাদিত্য নাৰ্জাৰী

উত্তৰ-পূৰ্বাঞ্চলৰ এনে বহু ঠাই আছে যি পৰ্য্যটনৰ বিশেষ আকৰ্ষণ হ’ব পৰাৰ সামৰ্থ আছে। কিন্তু পৰ্যাপ্ত চর্চাৰ অভাৱৰ বাবেই এই ঠাই সমূহ আমাৰ অগোচৰে থাকি যায়। তেনে এখন ঠাইয়েই হৈছে ফুটছেৰো(Pfutsero)। ক’ত আছে ফুটছেৰো? কেনেদৰে যাব পাৰিব ফুটছেৰোলৈ? জানিবলৈ পঢ়ক খ্যাতিসম্পন্ন…

২১’ত চাই ল’ম-বুলন কুমাৰ শইকীয়া

“আছুৰ নেতৃত্বক সাক্ষী কৰি এচাম খ্যাতি সম্পন্ন শিল্পীয়ে ২০২১ত শাসকীয় দলক চাই ল’ম বুলি হুংকাৰো দিছিল ৷ প্ৰতিবাদী মঞ্চৰ পৰা সৰ্বা হিমন্তক উদ্দেশ্যি থুই পেলোৱা হৈছিল ৷ দুই জনৰ অহিত কামনাৰে খেনোৱে গোসাঁই ঘৰত চাকি দিয়াৰ কথাও ৰাজহুৱাকৈ ঘোষণা কৰিছিল…

“পৰিৰ্বতিত ব্যৱস্থা আৰু আগ্ৰাসী সময়”

“নতুন প্ৰজন্মটোৱে বিশ্বায়নৰ মোকাবিলা কৰিছে কেনেকৈ? এফালে নৈতিকতা, আৰু আনফালে বিশ্বায়ন, এই দুই দন্দ্বৰ মাজত পাৰিছেনে অৰ্থনৈতিক, সামাজিক অথবা সাংস্কৃতিক পুঁজি সংগ্ৰহ কৰিব? আচলতে এই তিনিওবিধ পুঁজিকে বিশ্বায়নে প্ৰত্যক্ষভাৱে হস্তগত কৰি পেলালে । এক কথাত কৰ্পৰেটৰ হাতলৈ গ’ল । কৰ্পৰেটেই…

পেছাদাৰীসমাজক উচ্ছেদ কৰা প্ৰয়োজন

“জনস্বাস্থ্যৰ প্ৰত্যাহ্বানেই চাগে ক’ৰ’না মহামাৰীয়ে আমাৰ সন্মুখলে আনি দিয়া প্ৰত্যাহ্বানবিলাকৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। বিভিন্ন মাধ্যমত ইয়াৰ চৰ্চা হৈ আছে। কিন্তু জনস্বাস্থ্যৰ মৌলিক কাঠামোগত সমস্যাবিলাক তুলি আনি জনমানসত প্ৰবল সমালোচনাত্মক জনমতৰ ভাৱ জগাই তোলাত এই চৰ্চাবোৰ অপাৰগ। এনে প্ৰেক্ষাপটতেই আনন্দি চাৰণৰ…

সাম্প্ৰতিক (২): শত্ৰু কোন?

“দৰাচলতে, আজি আমি সকলোৱে এই কথা অতি স্পষ্টকৈ বুজি পাব লাগে যে বিজেপি–আৰ.এছ.এছ. হৈছে অসমবাসী ৰাইজৰ সামূহিক স্বাৰ্থৰ প্ৰতি, অসমৰ জন-জীৱনৰ প্ৰতি ভাবুকি, আৰু জাতি–মাটি–ভেটিৰ এই শত্ৰুক আমি পুলিয়ে-পোখাই উভালিবলৈ একগোট আৰু বদ্ধপৰিকৰ হোৱাৰ সময় সমাগত। বুৰ্জোৱা শ্ৰেণীস্বাৰ্থ ৰক্ষাৰ কাৰণে…