The CrossCurrent Bureau

The CrossCurrent Bureau

ক’ৰ’না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প

ক’ৰ’না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প – লিখিছে-সৌৰভ শইকীয়া, কটন বিশ্ববিদ্য়ালয় ২০২০ চনৰ আৰম্ভণিতে মানৱজাতিয়ে এক বিশ্বব্যাপী দুৰ্যোগৰ মুখামুখি হ’ল। ইয়াক মানৱৰ বিৰুদ্ধে “প্ৰকৃতিৰ ভাইৰাছ যুদ্ধ” আখ্যা দিলেও বঢ়াই কোৱা নহ’ব। তৃতীয় বিশ্বযুদ্ধৰ কুচ-কাৱাজেৰে প্ৰায়ে চমক দিবলৈ চেষ্টা কৰি থকা পৃথিৱীৰ…

দুৰ্যোগৰ ভূগোল-জুৰি বৰুৱা

প্ৰাকৃতিক এখন নদীক প্ৰাকৃতিক ভাৱেই বোৱাই ৰাখিব পাৰি, ৰাজনৈতিক ভাৱে নহয়৷ জুৰি বৰুৱাৰ কলমত দুৰ্যোগৰ ভূগোল বানপানী প্ৰতি বছৰে অসমৰ প্ৰাকৃতিক মেপখনৰ এক ৰাজহুৱা প্ৰতিবেদন হ’লেও ২০২০ বৰ্ষত ইয়াৰ প্ৰভাৱ আগতকৈও তীব্ৰ । প্ৰথম কাৰণ, ইতিমধ্যে কেইবাটাও বানে নৈপৰীয়া ৰাইজক…

দহটকীয়া সাম্ৰাজ্যৰ ৰাণী

ৰাহুল গৌতম শৰ্মাৰ কলমত-দহটকীয়া সাম্ৰাজ্যৰ ৰাণী অখিল গগৈ এতিয়া হাস্পতালত। সেইদিনা এম্বুলেঞ্চৰ পৰা অখিল গগৈ নামি আহোঁতে, শেষ বিচাৰত মানুহক মানুহ হিচাপে চাব বিচৰা সকলোৰেই অন্তৰ শোকে খুন্দা মাৰি ধৰিছিল। বিজেপি সদস্যৰো। মুকলিকৈ ক’বলৈ তেওঁলোকৰ অসুবিধা। কিন্তু তেওঁলোকেও ক’ৰবাত আঘাত…

দায়ী কোন? জবাবদিহি কোন?

“দোষ বা অপৰাধো চৰকাৰেই কৰিব, আৰু কোনোবাই তাৰ বিৰুদ্ধে মাত মাতিলেই বা প্ৰতিবাদ কৰিবলৈ গ’লেই ভুৱা গোচৰ তৰি তিল তিলকৈ মৰিবলৈ ৰাজনৈতিক বন্দী কৰি কাৰাগাৰত ৰাখিব৷ এয়াই আমাৰ ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতিভূ চৰকাৰৰ চৰিত্ৰ বা স্বৰূপ৷”বিশ্বজিৎ বৰাৰ কলমত:দায়ী কোন? জবাবদিহি কোন? চৰকাৰ…

মকছুদুল হকৰ সতে অতীতৰ সোঁৱৰণী আৰু পুৰণি বন্ধুত্বৰ নতুন গাঁঠি: বনজিৎ হুছেইন

গুৱাহাটীৰ শিল্পগ্ৰামত শতাধিক দৰ্শকৰ সন্মুখত এজন বাংলাদেশী ৰকষ্টাৰে নিভাঁজ অসমীয়াত ক’লে, “মই ষোল্ল বছৰৰ পাছত ঘৰলৈ আহিছো।” তেওঁৰ ব্লকবাষ্টাৰ হিট গানেৰে দৰ্শকসকলক মুগ্ধ কৰি শেষত তেওঁ এজন দাৰ্শনিকৰ দৰে ক’লে, “চৈতন্য দেৱ আৰু লালন ফকিৰৰ দেশৰ পৰা মই গীত লৈ…

শুভ জন্মদিন, দেৱাংগনা কলিতা

[কভিড-১৯ মহামাৰীয়ে জুৰুলা কৰাৰ সময়তে ভাৰত চৰকাৰে দহ দিনৰ ভিতৰত চাৰিবাৰকৈ আটক কৰা দেৱাংগনা কলিতাৰ বন্ধু-বান্ধৱী আৰু মিৰাণ্ডা হাউছ কলেজৰ সহপাঠীয়ে তেওঁলৈ এইখন পত্ৰ লিখিছিল। জামিন পোৱাৰ পাছতো বাৰে বাৰে দেৱাংগনাক নতুন নতুন এজাহাৰৰ ভিত্তিত UAPA-কে ধৰি কেইবাখনো কঠোৰ আইনৰ…

লকডাউনত বাঢ়িছে শিশুৰ প্ৰতি যৌন নিৰ্যাতনৰ ঘটনা

লিখিছে- ববিতা শইকীয়া আইনী পৰামৰ্শদাতা আৰু ৰাজ্যিক সমন্ধয়ক, অসম বচ্পন বচাও আন্দোলন , নতুন দিল্লী।   প্ৰশ্ন হয় মনত, কৰ’না আৰু লকডাউন ৰ দৰে গভীৰ সমস্যা এটাৰ গৰাহত সমাজৰ আন আন বিষয় সমূহ তল পৰি গৈছে নেকি? বিশেষকৈ অসমত চৰকাৰী বিভাগ…

প্ৰব্ৰজিত শ্ৰমজীৱীৰ ওভটনি, স্বনিৰ্ভৰশীলতা আৰু শোষণৰ সমীকৰণবোৰ

লিখিছে- বিদ্যুত সাগৰ বৰুৱা (গৱেষক ছাত্ৰ, দিল্লী বিশ্ববিদ্যালয়) পিংকু মুক্তিয়াৰ (গৱেষক ছাত্ৰ, তেজপুৰ বিশ্ববিদ্যালয়) হিমালয় বৰা (গৱেষক ছাত্ৰ, আই আই টি, গুৱাহাটী) (উকি ৰিচাৰ্ছ কালেক্টিভ আৰু ল’কডাউনৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা Covid-19 Relief Co-ordination Network নামৰ ফেচবুক পৃষ্ঠাটোৰ জৰিয়তে অসমৰ গ্ৰাম্য-কৃষি…

বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক জীৱন আৰু মতাদৰ্শ : বিৰাজ জ্যোতি কলিতা

 বিষ্ণুপ্ৰসাদ ৰাভা আছিল সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ দুৰ্ঘোৰ বিৰোধী। নি:সন্দেহে তেওঁ এগৰাকী প্ৰকৃত মানৱতাবাদী আছিল । সচাঁ অৰ্থত,বিষ্ণুপ্ৰসাদ ৰাভাই নিষ্পেষিত জনতাৰৰ শোষণকাৰী আৰু দমনকাৰীৰ বিৰুদ্ধে থিয় দি এক শ্ৰেণীহীন সমাজ গঢ়িব বাবে আপ্ৰাণ চেষ্টা চলাইছিল । বিৰাজ জ্যোতি কলিতাৰ কলমত বিপ্লৱী…

পতঞ্জলীৰ ঔষধ খালে ভাল হ’ব ক’ৰোনাঃ দাবী বালকৃষ্ণৰ

ক’ৰোনা ভাইৰাছে ত্ৰস্ত কৰাৰ পিছত এতিয়া সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে উঠি পৰি লাগিছে বিজ্ঞানীমহল। কিন্তু প্ৰতিষেধকৰ এই যুদ্ধখনৰ মাজতেই সৃষ্টি হৈছে বহু বিতৰ্কৰো। দেশৰ আয়ুৰ্বেদিক দ্ৰব্য প্ৰস্তুতকাৰী সংস্থা পতঞ্জলীৰ CEO আচাৰ্য বালকৃষ্ণৰ দাবী- পতঞ্জলীয়ে প্ৰস্তুত কৰা ঔষধ…