The CrossCurrent Bureau

The CrossCurrent Bureau

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোন ব্যৱসায়ীৰ সৈতে আছে নেক্সাছ? পঢ়ক Exclusive Report

বিষয়- হিমন্ত বিশ্ব শৰ্মা আৰু ঘনশ্যাম ধানুকা।হিমন্ত বিশ্ব শৰ্মা পলিটিচিয়ান। ঘনশ্যাম ধানুকা ব্যৱসায়ী।দুয়ো অতি ঘনিষ্ঠ। ৰাজনীতিকৰ আৰু ব্যৱসায়ীৰ মাজত গঢ়ি উঠা এই নেক্সাচৰ ফলত ৰাজ্যত চলি থকা অবাধ দুনীৰ্তিৰ দস্তাবেজ আমি আজি উন্মোচন কৰিম সম্পূৰ্ণ প্ৰামাণিক তথ্যসহ।কিন্তু ঘনশ্যাম ধানুকা কিমান…

ইতিহাসত নাৰী আৰু নাৰীবাদ

[quote title=”দেৱদাসী প্ৰথাৰ প্ৰচলন হৈছিল,পুৰুষৰ বহুবিবাহ বহুলভাৱে হৈছিল,সকলোৱে গণিকা ৰাখিছিল।শিক্ষাৰ পোহৰ কেৱল আঢ্যবন্ত শ্ৰেণীৰ আছিল,যদিও সেয়া পৰ্যাপ্ত নাছিল।মধ্যযুগত নাৰীৰ স্থান বহুপৰিমানে নিম্নগামী হৈছিল।-শ্বাশ্বতী সভাপণ্ডিতৰ কলমত ” title_color=”” title_url=”” title_icon=”” title_icon_color=”” title_margin=”0px 0px 15px 0px” block_color=”#dd3333″ block_description=”” text_align=”center” author=”” link=”” desc=”” image=””][/quote]…

কৰ’নাতন্ত্ৰ, গণতন্ত্ৰ ইত্যাদি

কৰ’নাৰ আগ্ৰাসনে সৃষ্টি কৰা সংকটৰ পৰৱৰ্তী সময়ত আমি কেনে এক ৰাষ্ট্ৰব্যৱস্থা পাম? মহামাৰীৰ ভয়াৱহ সংক্ৰমণে সৃষ্টি কৰা জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰ‌ই গ্ৰহণ কৰা নীতিসমূহে ৰাষ্ট্ৰক এক স্বেচ্ছাচাৰী পুলিচ ৰাষ্ট্ৰত পৰিণত কৰিব নেকি? কৰ’নাৰ পাছৰ পৃথিৱীখন কেনে হ’ব? এই মহামাৰীয়ে…

এফালৰ পৰা জ্বলিছে আমেৰিকা

জ্বলিছে , আমেৰিকা জ্বলিছে ৷ সভ্যতাক লজ্জিত কৰি তোলা এক ঘটনাৰ বাবেই আমেৰিকাৰ ৰাজপথত জ্বলিছে ক্ষোভৰ জুই ৷ বিগত চাৰিদিন ধৰি আমেৰিকাৰ  পৰিস্থিতি উত্তপ্ত ৷দেশখনৰ মিনিয়াপলিচ চহৰত এগৰাকী কৃষ্ণাংগ লোকক শ্বেতবৰ্ণ আমেৰিকান পুলিচ অফিচাৰে হত্যা কৰা কেন্দ্ৰ কৰি সমগ্ৰ আমেৰিকাত বিক্ষোভৰ…

বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তিঃ মোদীয়ে গঢ়িছে নিজৰ উত্তৰসূৰী

[quote title=”…আৰু আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তিত যদি মেন অৱ দ্য মেচ খিতাপৰ কোনোবা দাবীদাৰ আছে -তেওঁ একমাত্ৰ অমিত শ্বাহ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোঁহাত আৰু সেনাপতি ৷” title_color=”” title_url=”” title_icon=”” title_icon_color=”” title_margin=”0px 0px 15px 0px” block_color=””…

‘পিঞ্জৰা তৌড়’, লকডাউন আৰু হাথিৰাম চৌধুৰী

[quote title=”উল্লেখযোগ্য যে এনেদৰে নাৰীৰ safety আৰু security ৰ প্ৰসংগক এক ধৰণৰ silence লৈ পৰিণত কৰা হয়। যাৰ ফলত নাৰীৰ গতিশীলতা আৰু স্বাধীনতা দুয়োটাই খৰ্ব হয়। ‘পিঞ্জৰা তৌড়’ আন্দোলনটোৱে এই ‘নিৰৱতা’ৰ প্ৰশ্নটোকে সমুজুৱাকৈ উত্থাপন কৰিছিল। এই আন্দোলনে এটা কথা স্পষ্ট…

আকৌ ৩৩ জন আক্ৰান্ত ৷ সৰ্বমুঠ ১০৫৭

বাঢ়িয়েই আছে ক’ৰোনাৰোগী ৷ শেহতীয়া খবৰ অনুসৰি অসমত নতুনকৈ ৩৩ গৰাকী আক্ৰান্ত হৈছে ক’ৰোণাত ৷ ইয়াৰে ১১ গৰাকী ৰোগী গোলাঘাটৰ ১১ গৰিকী ৰোগী বিশ্বনাথ চাৰিআলিৰ ৯গৰাকী ওডালগুৰিৰ আৰু২ গৰাকী দৰংৰ শেহতীয়া খবৰ অনুসৰি অসমত ক’ৰোণাক্ৰান্তৰ সংখ্যা হ’ল ১০৫৭ গৰাকী ৷

BJPৰ অন্যতম জনপ্ৰিয় নেতা সম্বিত পাত্ৰৰ শৰীৰত ক’ৰোনাৰ উপসৰ্গ

BJPৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰক গুৰগাঁৱৰ এখন ব্যক্তিগত চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে। ক’ৰোনাৰ লক্ষণ দেখা দিয়াৰ পাছতেই ভৰ্তি কৰোৱা হৈছে মুখপাত্ৰজনক। গুৰগাঁৱৰ মেডান্টা চিকিত্সালয়ত বৃহস্পতিবাৰে ভৰ্তি হয় বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰ। বিজেপিৰ অন্যতম চিনাকী মুখ তথা সততে ছ’চিয়েল মিডিয়াত সক্ৰিয়…

আমেৰিকাত ক’ৰোনাত মৃত্যু ১ লক্ষাধিকৰ

আমেৰিকাত ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ১ লাখৰ সীমা অতিক্ৰম কৰিছে ৷ যোৱা ২১ জানুৱাৰীত দেশখনৰ ৱাশ্বিঙটনত প্ৰথমটো ক’ৰোনা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল ৷ তাৰ পাছত আজিৰ দিনটোলৈ আমেৰিকাৰ ১৬.৯ লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,০০,২৭৬ লোকৰ মৃত্যু হৈছে…

অনলাইন শিক্ষাব্যৱস্থা বনাম প্ৰগতিশীলতা

প্ৰতিবাদ হব লাগে বেচৰকাৰী কৰন, শিক্ষা সংকোচন , শিক্ষাৰ bureaucratisation শেষ কৰাৰ বাবে ৷ এইবোৰ নকৰি কিছুমানক ফুচুলাই propoganda চলাইছে ৷ সিহতে বুজা উচিত online class শেষ কৰিলেই স্কুল বেছি নহয়, বেছি শি্ক্ষক নিযুক্ত নহয়, হোষ্টেলো নাবাঢ়ে ৷ প্ৰবাল  কুমাৰ…