আকৌ ৩৩ জন আক্ৰান্ত ৷ সৰ্বমুঠ ১০৫৭

Share This Article

বাঢ়িয়েই আছে ক’ৰোনাৰোগী ৷ শেহতীয়া খবৰ অনুসৰি অসমত নতুনকৈ ৩৩ গৰাকী আক্ৰান্ত হৈছে ক’ৰোণাত ৷ ইয়াৰে
১১ গৰাকী ৰোগী গোলাঘাটৰ
১১ গৰিকী ৰোগী বিশ্বনাথ চাৰিআলিৰ
৯গৰাকী ওডালগুৰিৰ
আৰু২ গৰাকী দৰংৰ
শেহতীয়া খবৰ অনুসৰি অসমত ক’ৰোণাক্ৰান্তৰ সংখ্যা হ’ল ১০৫৭ গৰাকী ৷

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau