The CrossCurrent Bureau

The CrossCurrent Bureau

পৰেশ মহন্তৰ আত্মসমৰ্পণ…

যুদ্ধ চলিছে ৷ অবিৰাম যুদ্ধ চলিছে ৷ ভাৰতৰ সৈতে চীনৰ ৷ চীনৰ সৈতে আমেৰিকাৰ ৷ জীৱিকাৰ সৈতে জীৱনৰ ৷ ভাতৰ সৈতে ভোকৰ ৷ যুদ্ধ এক ভীষণ ভাল লগা বিষয় ৷ উৎকন্ঠা আছে , উন্মাদনা আছে ৷ যুদ্ধজয়ে কঢ়িয়াই আনে সীমাহীন…

মুখ্যমন্ত্ৰীৰ সৈতে বহুত কথা আছে …

সেই খেতিয়কজন ,বানে ধুই নিছে যাৰ কেবাবিঘা মাটিৰ খেতি৷ নতুনকৈ খেতিত নামিবৰ বাবে নাই কঠীয়া ৷ কৃষিমন্ত্ৰীয়ে কৈছে বিনামূলীয়াকৈ শালি ধানৰ কঠীয়া দিব বুলি ৷ বিনামূলীয়া নালাগে, লাগিলে উচিত দাম দিয়ে কিনিব ৷ কিন্তু কঠীয়াৰ ব্যৱস্থা কৰি দিয়ক ৷ পানী…

ভাৰতৰ ১৬০০ ব্যক্তিৰ দেহত ক’ৰোনা ভেকছিনৰ পৰীক্ষা

শীঘ্ৰে অন্ত পৰিব অপেক্ষাৰ ৷ ভাৰততো অতি সোনকালে অক্সফ’ৰ্ডে প্ৰস্তুত কৰা ক’ৰোনা ভেকছিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব ৷ দেওবাৰে নিশা টিকা প্ৰস্তুতকাৰী কোম্পানী ছেৰাম ইনষ্টিটিউটক দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ অনুমতি প্ৰদান কৰিছে ড্ৰাগ কন্ট্ৰ’লাৰ…

আকৌ আহি আছে ‘টিকটক’

চীনৰ লগত সম্পৰ্কৰ অৱনতি হোৱাৰ পাছতে ভাৰতত নিষিদ্ধ কৰা হ’ল জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিঙ চাইট টিকটক ৷ কিন্তু টিকটক শীঘ্ৰেই বজাৰলৈ উভতি অহাৰ প্ৰৱল সম্ভাৱনা আছে ৷ কিন্তু এইবাৰ টিকটকৰ মালিকানা সলনি হ’ব ৷ সকলো ঠিকমতে আগবাঢ়িলে অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত…

ভাৰত -চীনৰ সংঘাতৰ মাজত কেনেদৰে সোমাই পৰিছে পাকিস্থান?

• সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজৰ শেহতীয়াকৈ কূটনৈতিক সম্পৰ্কৰ যি অৱনতি ঘটিছে, তাৰ মাজত জড়িত হৈ পৰিছে পাকিস্থান৷ • আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি পাকিস্থানস্থিত বালুচী আৰু সিন্ধী বিচ্ছিন্নতাবাদী সংগঠন সমূহে পাকিস্থানৰ মাজেৰে যোৱা…

কোৱাৰেন্টাইন হ’ব নেকি প্ৰধানমন্ত্ৰী মোদী ?

বিগত কেবামাহ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱন বা কাৰ্যালয়ত ক’ৰোনাকেন্দ্ৰিক সতৰ্কতাৰ কোনো সুৰুঙা নাছিল ৷ শৰীৰ তাপমাত্ৰা পৰীক্ষা নকৰাকৈ কোনো মন্ত্ৰী – আমোলাক প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাছিল ৷ কিন্তু কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ধৰা…

ঈদৰ দিনা হোলী খেলা এখন ইছলামিক দেশ

সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মালম্বী লোকসকলে আজি উদযাপন কৰিলে কুৰবানী ঈদ ৷ কিন্তু ৯৯ শতাংশ ইছলাম ধৰ্মালম্বী লোকৰ এখন দেশে এক ব্যতিক্ৰম পদ্ধতিৰে উদযাপন কৰে আজিৰ দিনটো ৷ ঈদৰ দিনটোত কুৰবানীৰ সলনি উদযাপন কৰা হয় ৰঙৰ উৎসৱ ৷ ঠিক হোলীৰ নিচিনাকৈ…

অমৰ সিঙৰ দেহাৱসান

ভাৰতীয় ৰাজনীতিৰ এক পৰিচিত ব্যক্তি অমৰ সিঙ আৰু নাই ৷ ৰাজ্যসভাৰ সাংসদ তথা সমাজবাদী পাৰ্টীৰ প্ৰাক্তন নেতা অমৰ সিঙৰ আজি ছিংগাপুৰৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে ৷ বিগত প্ৰায় ছমাহ ধৰি ৰাজনীতিকগৰাকী ৰোগত আক্ৰান্ত হৈ আছিল ৷ কেইমাহমান পূৰ্বে ছিংগাপুৰৰ চিকিৎসালয়ত…

সকলো ৰাজ্যই অনুসৰণ কৰক দিল্লী মডেল : ক’লে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে

দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সকলো ৰাজ্যই ‘ দিল্লী মডেল ‘ অনুসৰণ কৰা উচিত৷ – এই মন্তব্য আগবঢ়াইছে দেশৰ গৃহ ৰাজ্য মন্ত্ৰী কিশন ৰেড্ডীয়ে ৷ আজি সংবাদমাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল হোৱা বাবে তেওঁ নিজে…

ভাৰতত মোবাইল সেৱাৰ আজি ২৫ বছৰ : কোনে কালৈ কৰিছিল প্ৰথমটো কল

  মোবাইল ফোন এতিয়া আমাৰ জীৱনযাত্ৰাৰ  এক অভিন্ন অংগ ৷ পৰিয়ালৰ পৰা আমি বিচ্ছিন্ন হৈ থাকিব পাৰিম কিন্তু অলপমান সময়ৰ বাবেও মোবাইলৰ পৰা আতৰত থকাটো যেন এক গভীৰ যন্ত্ৰনাৰ বিষয় ৷ আমাৰ সকলোৰে জীৱন আৰু আমাৰ চৌপাশৰ সমাজখনক সলনি কৰি…