The CrossCurrent Bureau

The CrossCurrent Bureau

চীনা সৈন্যৰ সমাধি বুলি ইণ্ডিয়া টুডে, আজতক আৰু টাইমছ নাউ চেনেলে প্ৰচাৰ কৰিলে বহু পুৰণি ফটো

যোৱা প্ৰায় ৩১ আগষ্টৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুল ভাৱে চৰ্চিত হোৱা এটা বিষয় হৈছে লাডাখ সীমান্তত ভাৰত চীন সংঘৰ্ষ। যোৱা কিছুদিন পূৰ্বে লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সংঘৰ্ষৰ বৰ বিশেষ তথ্য এতিয়াও ৰাজহুৱা হোৱা নাই যদিয়ো টিভি চেনেল সমূহে…

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ কিয় প্ৰশ্ন উত্থাপন কৰিলে CAG য়ে?

photo courtesy: Sentinel Assam

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্তুষ্ট নহয় CAG অৰ্থাৎ Comptroller and Auditor General of India। শেহতীয়াকৈ অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্দেহ প্ৰকাশ কৰি CAG য়ে নিজৰ প্ৰতিবেদনত কৈছে অসম চৰকাৰে ঘোষণা কৰা ২০১৮-১৯ ৰ বাজেটৰ অনুমান বাস্তৱিক নাছিল আৰু বহুতো আঁচনিৰ…

দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত: ৰাজ্য সমূহক প্ৰাপ্য অধিকাৰৰ পৰা কিয় বঞ্চিত কৰিছে মোডী চৰকাৰে?

photo courtesy : Indian express

দেশৰ অৰ্থনৈতিক অৱস্থা দ্ৰুত গতিত অৱনমিত হোৱাৰ সময়তে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে এতিয়া যেন ভাঙি টচনছ কৰি দিব বিচাৰিছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কাঠামো। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অপৰিকল্পিত আৰু অপৰিপক্ক ভাবে সমগ্ৰ দেশত লকডাউন ঘোষণা কৰি অৰ্থনীতিৰ অৱস্থা তথৈবচ কৰাৰ…

সাম্প্ৰতিক (৪): শিল্পী কোন?-— বিশ্বজিৎ বৰা

আমাৰ সমাজ ব্যৱস্থা দুই উপাদানেৰে গঠিত – যি দৃশ্যমান (visible) আৰু যি অদৃশ্য (invisible)। এক বিশেষ আদৰ্শৰ ভিত্তিত এই দৃশ্যমান আৰু অদৃশ্যৰ পুনৰ্গঠন বা পুনৰ্বিন্যাসৰ প্ৰক্ৰিয়াই হৈছে ৰাজনীতি। আৰ্ট বা কলা বা শিল্পৰ প্ৰসংগটো এই কাৰণেই গুৰুত্বপূৰ্ণ যে শিল্প হৈছে…

ত্ৰিপুৰা ভ্ৰমণ: উনাকোটি আৰু ধৰ্মনগৰ-জিতাদিত্য নাৰ্জাৰী

  ত্ৰিপুৰা অসমৰ পৰা বেছি দুৰ নহয়। কিন্তু সাধাৰণতে বেছি মানুহ যোৱা দেখা নাযায়। বিচাৰিলে বেছি তথ্য পোৱাও নাযায়। কিন্তু তাৰ মাজতে এবাৰ মই ত্ৰিপুৰা ট্যুৰিজিমৰ ৱেবছাইটটো খুলি চাওঁতে দেখিলোঁ যে ৰাজ্যখনৰ আটাইবোৰ গুৰুত্বপূৰ্ণ স্থানতে পৰ্য্যটকৰ বাবে চৰকাৰী গেষ্ট হাউচ…

নংগ্ৰিয়াট লিভিং ৰুট ব্ৰিজ আৰু ৰেইনবো ফল-জিতাদিত্য নাৰ্জাৰী

“মই যিমান পাৰি দ্ৰুত গতিৰে নামি গৈ আছোঁ কিন্তু আৰু কিমান যাব লাগিব বুজি পোৱা নাই। সন্মুখত এখন ওলোমা দলং আৰু দলঙৰ ওপৰত দুজনী স্থানীয় (যেন লগা) ছোৱালী। তেওঁলোকেও মোৰ পিনে ঘূৰি চাই আছে। গতিকে মই আগবাঢ়ি গৈ সুধিলোঁ, আৰু…

জুকৌ ভেলীলৈ (Dzukou Valley) কেতিয়া আৰু কেনেদৰে যাব-জিতাদিত্য নাৰ্জাৰী

জুকৌ ভেলীলৈ (Dzukou Valley) মই কেবাবাৰো গৈছোঁ। কিন্তু সঠিক সময় মিলাই যোৱাটো সদায় সম্ভৱ নহয়। প্ৰথমবাৰ অকলে যাওঁতে বৰষুণ ইমান আছিল যে মই মাজতে ৰাস্তা হেৰাই জংঘলত এৰতি কটাই গুচি আহিব লগা হৈছিল। দ্বিতীয়বাৰ কেইজনমান বন্ধুৰ লগত একো অসুবিধা নোহোৱাকৈ…