সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ভ্ৰমণ

সুখবৰঃ ৰাষ্ট্ৰসংঘৰ স্বীকৃতি লাভ কৰিছে ভাৰতৰ তিনিখন বিশেষ গাঁৱে! কিন্তু কিয়?

ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা বঁটা (United Nations World Tourism Organization Award)ৰ বাবে শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত হৈছে ভাৰতৰ তিনিখন গাঁও। মেঘালয়ৰ কংথং গাওঁখনক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা বঁটা (United Nations World Tourism…

য়ুমথাং উপত্যকা: শীত, সুৰা, আৰু কিছুমান সানমিহলি অভিজ্ঞতা-জিতাদিত্য নাৰ্জাৰী

"অত্যধিক তুষাৰপাতৰ বাবে ৰাস্তা বন্ধ। অলপদূৰ গৈ চাওঁক তথাপি, কাৰণ দিনটোৰ বাবে আৰু বেলেগ কাম একো নাই। " ৰাতিপুৱাই লাচুঙৰ হোটেল মেনেজাৰজনৰ লগত এনে এক হতাশাজনক বাৰ্তালাপ কৰি মুডটো নষ্ট হৈ গল। তথাপি "বেগাৰ্ছ কাণ্ট বি চুজাৰ্ছ" বুলি ভাবি…

ত্ৰিপুৰা: নীৰমহল উদয়পুৰ আৰু পিলাক-জিতাদিত্য নাৰ্জাৰী

-আগৰ খণ্ডৰ পৰা ৰাতিপুৱা উঠি মই এখন ট্ৰেইন ধৰি ধর্মনগৰৰ পৰা আগৰতলা লৈ ওলালোঁ। এইখিনিতে কৈ থোৱা ভাল হব যে ত্ৰিপুৰাৰ ৰেলব্য‌ৱস্থা মই ভবাতকৈ যথেষ্ট উন্নত আছিল। ইয়াৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক যোগ কৰি ৰেল লাইন বনোৱা হৈছে (বাংলাদেশলৈ সংযোগ কৰাৰ…

ত্ৰিপুৰা ভ্ৰমণ: উনাকোটি আৰু ধৰ্মনগৰ-জিতাদিত্য নাৰ্জাৰী

ত্ৰিপুৰা অসমৰ পৰা বেছি দুৰ নহয়। কিন্তু সাধাৰণতে বেছি মানুহ যোৱা দেখা নাযায়। বিচাৰিলে বেছি তথ্য পোৱাও নাযায়। কিন্তু তাৰ মাজতে এবাৰ মই ত্ৰিপুৰা ট্যুৰিজিমৰ ৱেবছাইটটো খুলি চাওঁতে দেখিলোঁ যে ৰাজ্যখনৰ আটাইবোৰ গুৰুত্বপূৰ্ণ স্থানতে…

নংগ্ৰিয়াট লিভিং ৰুট ব্ৰিজ আৰু ৰেইনবো ফল-জিতাদিত্য নাৰ্জাৰী

"মই যিমান পাৰি দ্ৰুত গতিৰে নামি গৈ আছোঁ কিন্তু আৰু কিমান যাব লাগিব বুজি পোৱা নাই। সন্মুখত এখন ওলোমা দলং আৰু দলঙৰ ওপৰত দুজনী স্থানীয় (যেন লগা) ছোৱালী। তেওঁলোকেও মোৰ পিনে ঘূৰি চাই আছে। গতিকে মই আগবাঢ়ি গৈ সুধিলোঁ, আৰু কিমান দূৰ? তেতিয়াহে…

জুকৌ ভেলীলৈ (Dzukou Valley) কেতিয়া আৰু কেনেদৰে যাব-জিতাদিত্য নাৰ্জাৰী

জুকৌ ভেলীলৈ (Dzukou Valley) মই কেবাবাৰো গৈছোঁ। কিন্তু সঠিক সময় মিলাই যোৱাটো সদায় সম্ভৱ নহয়। প্ৰথমবাৰ অকলে যাওঁতে বৰষুণ ইমান আছিল যে মই মাজতে ৰাস্তা হেৰাই জংঘলত এৰতি কটাই গুচি আহিব লগা হৈছিল। দ্বিতীয়বাৰ কেইজনমান বন্ধুৰ লগত একো অসুবিধা…

ফুটছেৰো: এক অপ্ৰত্যাশিত ইউটোপিয়া-জিতাদিত্য নাৰ্জাৰী

উত্তৰ-পূৰ্বাঞ্চলৰ এনে বহু ঠাই আছে যি পৰ্য্যটনৰ বিশেষ আকৰ্ষণ হ'ব পৰাৰ সামৰ্থ আছে। কিন্তু পৰ্যাপ্ত চর্চাৰ অভাৱৰ বাবেই এই ঠাই সমূহ আমাৰ অগোচৰে থাকি যায়। তেনে এখন ঠাইয়েই হৈছে ফুটছেৰো(Pfutsero)। ক'ত আছে ফুটছেৰো? কেনেদৰে যাব পাৰিব ফুটছেৰোলৈ?…