Investigative reporting with dedication.
The Crosscurrent E-paper 03-08-2023

Investigative reporting with dedication.


ভাৰতে ক্ৰয় কৰিব ফেলকন এৱাকছ বিমান। ভাৰতীয় বায়ু সেনাৰ বাবে চৰকাৰে প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয়েৰে ইজৰাইলৰ পৰা কিনিব দুখন ফেলকন এয়াৰবৰ্ন ৱাৰ্নিং এণ্ড কন্ট্ৰ’ল ছিষ্টেম। ইয়াৰ বাবে চূড়ান্ত পয্যায়ত চলি আছে অনুমোদন। ইতিমধ্যে ইজৰাইলৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলাপ…

বিগত দিন কেইটাত খবৰ আহিছে যে উত্তৰ কোৰিয়াৰ তানাচাহ শাসক কিম জোং উন কিছু দিন ধৰি অসুস্থ অৱস্থাত আছে।তাৰ আগতেই এখন সাৰ্বজনিক সভাত তেওঁক দেখা পোৱা গৈছিল। আৰু তাৰ পিছৰে পৰাই তেওঁ অসুস্থ।দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম দায়ে জোংৰ লগতে প্ৰাক্তন…

এখন পত্ৰই তোলপাৰ লগাইছে কংগ্ৰেছৰ ভিতৰ মহলত। কংগ্ৰেছত নতুন অধ্যক্ষ নিৰ্বাচিত কৰাক লৈ নেতাসকলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে দলটোৰ বহুকেইজন হাই প্ৰফাইল নেতাই হাই কামাণ্ডলৈ লিখা এখন পত্ৰই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই পত্ৰৰ পিছতে ছুনীয়া গান্ধীৰ যোগ্যতা অথবা…

দেশবাসীৰ বাবে এক সু-খবৰ। আজিৰে পৰা ভাৰতত আৰম্ভ হৈছে Covaxin ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ। আৰু এই পৰীক্ষণ সফল হোৱাৰ পিছতেই ৰাইজৰ বাবে উপলব্ধ হ’ব ভেকচিন। চিকিৎসকৰ মতে সকলোতকৈ দীঘলীয়া হ’ব এই তৃতীয় পৰ্যায়ৰ পৰীক্ষণ। আৰু এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয়…

Former UGC Chairman inaugurates free Online NET Coaching by USTM Prof. Ved Prakash, former Chairman, UGC (India) today virtually inaugurated the free online NET coaching classes by USTM via a webinar meeting held over zoom app. Taking in view of…

As the Government of Assam gives relaxation in terms of its on going curfew hours thereby enabling the people to move for Independence Day observation, the University of Science and Technology Meghalaya (USTM) along with the Regional Institute of Science…

As the entire educational sector of the Nation is suffering badly due to the crucial period of time brought about by the COVID 19 pandemic, the University of Science and Technology Meghalaya has come up with a ray of hope…

ইজনৰ পিছত সিজনকৈ বলীউডৰ অভিনেতা, মিউজিক ডাইৰেক্টৰৰ মৃত্যুৰ খবৰৰ পিছতেই আহিছে আন এক দুখবৰ। বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ দুখবৰে অভিনয়প্ৰেমী ৰাইজক ম্ৰিয়মাণ কৰি তুলিছে। দেওবাৰে মুম্বাইৰ বান্দ্ৰাত থকা ঘৰত ফাঁচী লৈ ওলমি থকা অৱস্থাত পোৱা গৈছে…

এটা বাসগৃহৰ দাম ৮৫টকা! অবিশ্বাস্য হোৱাটো সাধাৰণ কথা। কিন্তু সঁচাকৈয়ে এটা ঘৰৰ দাম মাত্ৰ ৮৫টকাত বিক্ৰী কৰিব গৃহৰ মালিকে। কিন্তু ক’ত আছে এই ৮৫টকীয়া ঘৰ? কিয় বিক্ৰী কৰিব কেৱল ৮৫টকাৰ বিনিময়ত এটা ঘৰ? ইটালী, ইটালীৰ সেই বিশেষ বাসগৃহ আপুনি লটাৰীৰ…