সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

News Bazar

ডাৰ্ক নেটৰ জৰিয়তে ক’ৰোনা ভেকচিনৰ ভুৱা বেহা প্ৰৱঞ্চকৰ

ক'ৰোনা ৰোগীৰ বাবে প্লাজমা বিক্ৰীৰ ক্ষেত্ৰত প্ৰবঞ্চনাত নামি পৰিছে এচাম দুষ্ট চক্ৰ। ডাৰ্ক নেটৰ সহায়ত তৈয়াৰ কৰিছে এক বৃহত্ চক্ৰ। কেৱল এয়া নহয়, ক'ৰোনাৰ ভেকচিনো বিক্ৰী কৰিছে চৰম জালিয়াতিৰে। যি খবৰে পশ্চিমবংগ প্ৰশাসনক অস্বস্তিত পেলাইছে ভুৱা…

ৰে’লৰ চকাত কোনে কিয় লগালে তলা?

শেহতীয়াকৈ এখন ফটোৱে লাভ কৰিছে বিশেষ চৰ্চা। ৰে'লৰ চকাত লগোৱা হৈছে শিকলি। কিন্তু কিয়? আমফান নামৰ প্ৰচণ্ড ঘুৰ্ণী বতাহৰ বাবেই বিভাগীয় কৰ্তৃপক্ষ‌ই লৈছে এই ব্যৱস্থা। আমপানক লৈ বতৰবিজ্ঞানীয়ে সতৰ্ক কৰি দিছে বিভিন্ন ৰাজ্যক। বিজ্ঞানীমহলৰ মতে আমফানৰ…

বিশ্ব স্বাস্থ্য সংস্থালৈ লিখিত পত্ৰত আকৌ ভাবুকি ড’নাল্ড ট্ৰাম্পৰ!

ক’ৰোণাৰ উত্স সম্পৰ্কে সোমবাৰে বিশ্বৰ ৩৫খন দেশে প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰা পৰিলক্ষিত হয়। ইয়াৰোপৰি একেই প্ৰশ্নৰ অৱতাৰণা কৰিছে ইউৰোপৰ ২৭খন সদস্য ৰাষ্ট্ৰই । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৪খন স্থায়ী সদস্য ৰাষ্ট্ৰ-…

আজি ১৯ মে’ : ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব কি?

১৭৪৩ : পিয়েৰ ক্ৰিষ্টিনে আজিৰ দিনটোতে উদ্ভাৱন কৰিছিল ‘চেন্টিগ্ৰেড’ মানকৰ৷ ১৮৯২: বহুচৰ্চিত নাট্যকাৰ অস্কাৰ ৱাইল্ডক দুবছৰীয়া কাৰাবাসৰ পিছত জেলৰ পৰা মুকলি৷ সমকামিতাৰ অপৰাধত তেওঁক এই শাস্তি দিয়া হৈছিল৷ সেই সময়ত ব্ৰিটেইনত সমকামিতা শাস্তিযোগ্য…

১৬ মে’ : বিজ্ঞানৰ বাবে আজিৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?

১৯৭৪: ইজৰাইলৰ যুদ্ধবিমানে ফিলিস্থান আৰু দক্ষিণ লেবাননত বোমা নিক্ষেপ কৰে৷ ২৭ লোকৰ মৃত্যু আৰু ১৩৮ আহত৷ ১৯৭৫: দেশৰ ২২ তম্ ৰাজ্য হিচাপে ছিকিমৰ গঠন৷ ১৯৯৬: ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীৰ শপতগ্ৰহণ৷ ২০০৬: কৃত্ৰিম ভৰিৰে…

১৬ মে’ : বিজ্ঞানৰ বাবে আজিৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?

১৯৭৪: ইজৰাইলৰ যুদ্ধবিমানে ফিলিস্থান আৰু দক্ষিণ লেবাননত বোমা নিক্ষেপ কৰে৷ ২৭ লোকৰ মৃত্যু আৰু ১৩৮ আহত৷ ১৯৭৫: দেশৰ ২২ তম্ ৰাজ্য হিচাপে ছিকিমৰ গঠন৷ ১৯৯৬: ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীৰ শপতগ্ৰহণ৷ ২০০৬: কৃত্ৰিম ভৰিৰে…

আজি ১৫ মে’ পৰিয়ালৰ সৈতে কটোৱাৰ দিন কিয়?

আজি ১৫ মে’৷ আজি আন্তৰ্জাতিক পৰিয়াল দিৱস৷ একাকীত্বৰ পৰা মুকলি হৈ আজি পৰিয়ালৰ সৈতে কটোৱাৰ দিন৷ ১৯৯৪ ত ৰাষ্ট্ৰসংঘই এই দিনটোক পৰিয়াল দিৱস হিচাপে ঘোষণা কৰে৷ ১৯০৭: শ্বহীদ ভগত সিঙ আৰু ৰাজগুৰুৰ লগত হাঁহি হাঁহি ফাঁচী কাঠত ওলোমা সুখদেৱৰ জন্ম৷ ১৯৪০:…

ক’ৰোণাত আক্ৰান্ত হৈও হেৰুওৱা নাই সাহস,এৰা নাই শিক্ষকতা

ক’ৰোণাত আক্ৰান্ত হৈও হেৰুওৱা নাই সাহস, এৰা নাই শিক্ষকতা ৷ উৎসাহৰ প্ৰতীক হৈ উঠিছে এগৰাকী স্কুল শিক্ষক ৷ লাডাখৰ এগৰাকী শিক্ষক ৷ নাম কিফায়ত হুছেইন ৷ লেহ জিলাৰ লেমডন মডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গণিতৰ শিক্ষক ৷ এইগৰাকী ক’ৰোণাক্ৰান্ত শিক্ষক…

আজি ১৪ মে’ৰ লগত আছে ফেচবুকৰ বিশেষ সম্পৰ্ক

আজি ১৪ মে’৷ আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা জানি লওঁ আহক- • ১৯৭৩:আমেৰিকাৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে সেনা বাহিনীত মহিলাক সমঅধিকাৰ প্ৰদান কৰে৷ • ১৯৮৪: ফেচবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গৰ জন্ম৷ • ১৯৯১: নেলচন মেণ্ডেলাৰ পত্নীক অপহৰণৰ গোচৰত ৬ বছৰৰ…

কেৱল অৱসৰকালীন চাকৰি গ্ৰহণ কৰা ন্যায়াধীশসকলক কিয় সমলোচনা কৰা হয়-ৰঞ্জন গগৈ

"কেৱল অৱসৰকালীন চাকৰি গ্ৰহণ কৰা ন্যায়াধীশ সকলকেহে কিয় সমলোচনা কৰা হয়? Activist Judge অথবা ব্যৱসায়িক কাম কাজত জড়িত হোৱা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সকলক কিয় সমালোচনা কৰা নহয়?"-এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ।…