আজি ১৯ মে’ : ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব কি?

Share This Article

১৭৪৩ : পিয়েৰ ক্ৰিষ্টিনে আজিৰ দিনটোতে উদ্ভাৱন কৰিছিল ‘চেন্টিগ্ৰেড’ মানকৰ৷
১৮৯২: বহুচৰ্চিত নাট্যকাৰ অস্কাৰ ৱাইল্ডক দুবছৰীয়া কাৰাবাসৰ পিছত জেলৰ পৰা মুকলি৷ সমকামিতাৰ অপৰাধত তেওঁক এই শাস্তি দিয়া হৈছিল৷ সেই সময়ত ব্ৰিটেইনত সমকামিতা শাস্তিযোগ্য অপৰাধ আছিল৷
১৯০৪: টাটা উদ্যোগৰ প্ৰতিষ্ঠাতা জমছেডজী টাটাৰ মৃত্যু ৷
১৯১০: জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ জন্ম৷
১৯১৩: ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ জন্ম৷
১৯৩৪: ইংৰাজী ভাষাৰ প্ৰষিদ্ধ ভাৰতীয় লেখক ৰাস্কিন বণ্ডৰ জন্ম৷
১৯৩৬ : ব্ৰিটেইনৰ আবিস্কাৰক ৰবাৰ্ট ডেটচনে ৰাডাৰ প্ৰস্তুত কৰি উলিয়ায়৷ ব্ৰিটেইনৰ বিমানবন্দৰত প্ৰথমতে ৰাডাৰ স্থাপন কৰা হৈছিল৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.