উত্তৰ কোৰিয়াৰ তানাচাহ শাসক কিম জোং উন অসুস্থ

Share This Article

বিগত দিন কেইটাত খবৰ আহিছে যে উত্তৰ কোৰিয়াৰ তানাচাহ শাসক কিম জোং উন কিছু দিন ধৰি অসুস্থ অৱস্থাত আছে।তাৰ আগতেই এখন সাৰ্বজনিক সভাত তেওঁক দেখা পোৱা গৈছিল। আৰু তাৰ পিছৰে পৰাই তেওঁ অসুস্থ।দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম দায়ে জোংৰ লগতে প্ৰাক্তন অধিকাৰী চাং চং মিনৰ মতে উত্তৰ কোৰিয়াৰ তানাচাহ ক’মাত আছে কিম জোং উন আৰু তেওঁৰ দায়িত্ব গ্ৰহণ কৰি আছে তেওঁৰ সৰু ভগ্নীয়ে।
চঙে সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ মতে- তানাচাহে নিজৰ অধিকাৰ তেতিয়ালৈ বেলেগ ব্যক্তিক দিব নোৱাৰিব যেতিয়ালৈ তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি নঘটিব।জানিব পৰা মতে কিম জোং উনৰ সৰু ভগ্নী তানাচাহৰ বহুত আপোন আৰু চৰকাৰৰো বহুত পৰাক্ৰমী নেতা । কিম জোংৰ পাছত তেওঁকেই ধৰা হৈছে শাসক হিচাপে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.