১৬ মে’ : বিজ্ঞানৰ বাবে আজিৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?

Share This Article

১৯৭৪: ইজৰাইলৰ যুদ্ধবিমানে ফিলিস্থান আৰু দক্ষিণ লেবাননত বোমা নিক্ষেপ কৰে৷ ২৭ লোকৰ মৃত্যু আৰু ১৩৮ আহত৷
১৯৭৫: দেশৰ ২২ তম্ ৰাজ্য হিচাপে ছিকিমৰ গঠন৷
১৯৯৬: ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীৰ শপতগ্ৰহণ৷
২০০৬: কৃত্ৰিম ভৰিৰে এভাৰেষ্টত প্ৰথমবাৰৰ বাবে আৰোহণ কৰে নিউজিলেণ্ডৰ ৪৭ বৰ্ষীয় মাৰ্ক ইঞ্জলিছে৷
২০১৩: আমেৰিকান বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে ক্লোনৰ বাবে মানৱ ভ্ৰূণৰ পৰা ষ্টেম চেল উলিওৱাত সফল হয় ৷ বিজ্ঞান জগতৰ বাবে ই আছিল এক বৃহৎ সফলতা৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.