The CrossCurrent Bureau

The CrossCurrent Bureau

দুৰ্নীতিৰ অধিকাৰ

“কিন্তু প্ৰকৃতাৰ্থত দুৰ্নীতি হ’ল ৰাষ্ট্ৰ-পৰিচালনাৰ এক জৈৱিক অংশ – যুগ যুগ ধৰি গঢ় লৈ উঠা প্ৰশাসনিক পৰম্পৰাৰ সি এটা ভিতৰুৱা বস্তু। অপৰাধ জগত, ক’লা বজাৰ আদিয়ে ৰাজনীতি নষ্ট কৰিলে বুলি কোৱাটো ভুল – এইবোৰ সকলোবোৰ মিলাই লৈয়েই ৰাজনীতি, এই সকলোবোৰ…

অনলাইন শিক্ষাব্যৱস্থা বনাম প্ৰগতিশীলতা

প্ৰতিবাদ হব লাগে বেচৰকাৰী কৰন, শিক্ষা সংকোচন , শিক্ষাৰ bureaucratisation শেষ কৰাৰ বাবে ৷ এইবোৰ নকৰি কিছুমানক ফুচুলাই propoganda চলাইছে ৷ সিহতে বুজা উচিত online class শেষ কৰিলেই স্কুল বেছি নহয় বেছি শি্ক্ষক নিযুক্ত নহয় হোষ্টেল নাবাঢ়ে ৷ প্ৰবাল  কুমাৰ…

লাডাখৰ পৰিস্থিতি আচলতে কি ?

লাডাখৰ সীমান্তত চীনৰে সৈতে ভাৰতৰ সেনাৰ সংঘাতপূ্ৰ্ণ পৰিস্থিতিকলৈ চৰকাৰক স্থিতি স্পষ্ট কৰাৰ বাবে এইবাৰ দাবী জনাইছে ৰাহুল গান্ধীয়ে ৷ মঙলবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কয় যে “লাডাখ সীমান্তৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে অবিলম্বে দেশৰ জনসাধাৰণৰ আগত স্থিতি স্পষ্ট কৰিব লাগে…

প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশা : চৰকাৰৰ ভূমিকাত অসন্তুষ্ট হৈ উচ্চতম ন্যায়ালয়ে কি ক’লে ?

দেশজুৰি দুৰ্দশাৰ সন্মুখীন হোৱা প্ৰবাসী মজদুৰসকলৰ বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰিছে ৷ লগতে প্ৰবাসী শ্ৰমিকসকলক সহায়ৰ বাবে পদক্ষেপ ল’বলৈও নিৰ্দেশ দিছে ৷ন্যায়ালয়ে চৰকাৰৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰি কয় যে শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় আৰু…

২০২১ ৰ প্ৰথমভাগতে আহিব ক’ৰোনাৰ প্ৰতিষেধক : জনালে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে

ক’ৰোনা ভাইৰাছৰ তিনিটা প্ৰতিষেধকৰ পৰীক্ষাত এতিয়ালৈকে যথেষ্ঠ আশাৰ খবৰ পোৱা গৈছে ৷ইয়াৰ ভিতৰত যিকোনো এটা প্ৰতিষেধক অহা বছৰৰ প্ৰথমভাগত নিশ্চিতভাবে ব্যৱহাৰৰ উপযোগী হৈ উঠিব ৷ – এই মন্তব্য হাৰ্ভাৰ্ড বিশ্ববিদয়ালয়ৰ অধ্যাপক আশীষ ঝাৰ ৷ আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰে হোৱা…

মহাৰাষ্ট্ৰত পতন হ’ব নেকি শিৱসেনা চৰকাৰৰ?

ক’ৰোনা মহামাৰীৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শেহতীয়া সংবাদমেলে মহাৰাষ্ট্ৰৰ শিৱসেনা-এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোট চৰকাৰলৈ সংকট নামি অহাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ৷ শেহতীয়া সংবাদমেলত মহাৰাষ্ট্ৰৰ পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মহাৰাষ্ট্ৰত…

যুদ্ধৰ বাবে সাজু হোৱা- সেনাক নিৰ্দেশ চীনৰ ৰাষ্ট্ৰপতিৰ

ক’ৰোনাৰ পৰা ক্ৰমাৎ সুস্থ হৈ উঠাৰ পিছত চীন এইবাৰ নামি পৰিছে যুদ্ধৰ প্ৰস্তুতিত ৷ দেশখনে ভাৰতৰ লাডাখ আৰু উত্তৰ ছিকিম সীমান্তত ব্যাপক সমৰসজ্জা তৈয়াৰ কৰা দেখা গৈছে ৷ চীনৰ ৰণচালি দেখি ভাৰতেও চীন সীমান্তত সমহাৰত সৈনিক মোতায়েনৰ নিৰ্দেশ দিছে ৷কালি…

সন্তানৰ ঋণ

সন্তানৰ ওচৰত মাক-দেউতাক কেৱল ঋণীয়েই নহয়, অপৰাধীও। কেৱল মাক-দেউতাকেই নহয়, সমগ্ৰ সমাজ অপৰাধী। পৃথিৱীলৈ অহা আৰু আহিব খোজা প্ৰতিটো সন্তানৰ ওচৰত সমাজে ক্ষমা বিচাৰিব লাগে – সিহঁতৰ স্বাধীনতা জন্মৰ আগতেই হৰণ কৰাৰ বাবে, দায়িত্বৰ ব’ব নোৱৰা বোজা জন্মৰ আগতেই সাজু…

স্মাৰ্টফ’ন নোহোৱা কণমানিজনীৰ কথা

“সময়বোৰ নতুন, সময়বোৰ জটিল। সমস্যাবোৰো নতুন, সমস্যাবোৰো জটিল।কিন্তু এয়া সামাজিক অসমতাই সৃষ্টি কৰা এই জটিল প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ সময়। ৰাজনীতিৰ অংকবোৰ চলিব, অৰ্থনীতিও চলিব, কিন্তু এয়া সকলোৱে এলাগী কৰা সেই কনমানিটোৰ চকুত চকু থৈ তাইক অভয় দিয়াৰ সময়।”ত্ৰিদিৱ ভাগৱতীৰ কলমত-স্মাৰ্টফ’ন…