The CrossCurrent Bureau

The CrossCurrent Bureau

ৰাজ্যত নতুনকৈ  ৬জন ব্যক্তি ক’ৰোনাত আক্ৰান্ত

মন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইট,ৰাজ্যত নতুনকৈ  ৬জন ব্যক্তি ক’ৰোনাত আক্ৰান্ত।ইয়াৰে তিনিজন গুৱাহাটীৰ,দুজন কৰিমগঞ্জৰ আৰু এজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ।বৰ্তমানলৈ ৰাজ্যত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৪১ জন। <blockquote class=”twitter-tweet”><p lang=”en” dir=”ltr”>Alert – 6 new <a href=”https://twitter.com/hashtag/COVID?src=hash&amp;ref_src=twsrc%5Etfw”>#COVID</a> + cases confirmed. Out of…

প্ৰতিবাদৰ নতুন ভাষা

“মহামাৰী-প্ৰতিৰোধৰ সংগ্ৰামত চৰকাৰলৈ আমাৰ সম্পূৰ্ণ সহযোগ থাকক। কিন্তু ৰাষ্ট্ৰৰ সকলো নিষ্ঠুৰতা আৰু লুন্ঠনক লৈও আমি হৈ থাকিব লাগিব সৰৱ। যিহেতু এই আতংক- হতাশা – সংকট আৰু আমনিদায়ক বন্দীত্বৰ পিছতো আমাৰ বাবে এখন পৃথিৱী আছে।” দেশে দেশে মুখামুখি হোৱা এই গৃহবন্দীত্ব…

ঢাক ঢোল বজাই ভেণ্টিলেতৰ বুলি কি উদ্বোধন কৰিলে বিজয় ৰুুপানীয়ে ?

একাংশৰ বাবে ক’ৰোনা ভাইৰাছ এক মহামাৰী নহয়।তেওঁলোকৰ বাবে ক’ৰোনা ভাইৰাছ এক উৎসৱহে।সেইবাবেই বিগত এপ্ৰিল মাহৰ কোনোবা এটা দিনত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে চিকিৎসালয়ত ঢাক ঢোল বজাই উদ্বোধন কৰিছিল ভেন্টিলেটৰ।দাবী কৰিছিল,এই ভেন্টিলেটৰ সমূহ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধত পয্যাপ্ত ভূমিকা ল’ব।গ’ল কথা গ’ল,ক’ৰোনা…

১৩৫ : অসমত আকৌ ১৪ জনৰ দেহত ক’ৰোনা

ভয়ংকৰ হাৰত অসমত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ আকৌ ১৪ জনকৈ লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰে ৭ জন কামৰূপৰ ,২ জন হোজাইৰ ,২ জন বিশ্বনাথৰ ,২ জন নলবাৰীৰ…

বিবাহিতা প্ৰেমিকাক সাক্ষাৎ: লকডাউনৰ জনক ফাৰগুছনে উলংঘা কৰিলে সামাজিক দূৰত্ব

লকডাউনৰ জনক , ব্ৰিটিছ অধ্যাপক নেইল ফাৰগুছনে নিজেই লকডাউন উলংঘা কৰি পদত্যগ কৰিবলগীয়া হ’ল৷ ব্ৰিটেইনৰ চৰকাৰৰ মুখ্য মহামাৰী বিষয়ক উপদেষ্টা এইগৰাকী অধ্যাপকৰ পৰামৰ্শমতেই যোৱা ১৬ মাৰ্চত দেশখনত ঘোষণা কৰা হৈছিল লকডাউন৷ তাৰ পিছৰে পৰা ইখনৰ পিছত সিখন দেশে লকডাউনৰ সিদ্ধান্ত…

ড’নাল্ড ট্ৰাম্পে কিয় সেৱন কৰিছে মেলেৰিয়াৰ দৰৱ?

সমগ্ৰ বিশ্ব ক’ৰোনা মহামাৰীৰ আতংকত ত্ৰস্তমান ৷ কিন্তু অৰ্থব্যৱস্থা চলাই নিবলৈ পুনৰ দৈনন্দিন জীৱনযাত্ৰা আৰম্ভ কৰাৰ সময় আহি পৰিছে৷ বিশ্বৰ সকলো দেশেই পৰ্যায়ক্ৰমে লকডাউন খুলিবলৈ আৰম্ভ কৰিছে৷ শংকাৰ মাজতে কামকাজ আৰম্ভ কৰিলেও সকলোৱে আশাৰে এটা ভেকছিনৰ বাবে বাট চাইছে৷ তাৰ…

নিয়া আৰু কেতবোৰ প্ৰশ্ন

নিয়াৰ সম্পৰ্কত এনেকৈ চালিজাৰি চাই থাকোতে আৰু কেইটামান বিশেষ তথ্য চকুত পৰিল৷ নিয়াৰ মষ্ট ৱান্টেড এখন তালিকা আছে৷ ‘ৱিকিপেডিয়া’ত প্ৰাপ্ত ৮৩ জনীয়া সেই তালিকাখন ভালদৰে মন কৰোতে দেখিলো তেওঁলোকৰ তালিকাত ইন্টাৰপলে  ৰেড কৰ্ণাৰ নটিছ জাৰি কৰা আলফা স্বাধীনৰ মূৰব্বী পৰেশ…

অসমত আৰু দুজন ক’ৰোনাত আক্ৰান্ত,মুঠ ১০৬

ৰাজ্যত পুনৰ দুজন ব্যক্তি ক’ৰোনাত আক্ৰান্ত।কাছাৰ জিলাত চিনাক্ত হৈছে দুই নতুন আক্ৰান্ত।সোমবাৰে দিনটোত মুঠ ছয়জন আক্ৰান্ত চিনাক্ত হৈছে অসমত।বৰ্তমান ৰাজ্যত ১০৬ জনলৈ বৃদ্ধি পালে ক’ৰোনা আক্ৰান্ত।টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ছপা মাধ্যমৰ সংকট

“সৌৰভ কুমাৰ চলিহাক এবাৰ সোধোতে কৈছিল, তেওঁ হেনো লিখে ছপা আখৰত নিজৰ নামটো দেখিবলৈ। এতিয়া হয়তো ছপাবলৈ বুলিয়েই লিখা-মেলা কৰা মানুহৰ সংখ্যা নোহোৱা হ’ব। এফালৰ পৰা এগাল মানুহৰ চাকৰি নোহোৱা হ’ব। আন ফালে নতুন নতুন চাকৰি ওলাব। এফালে মাৰে, এফালে…