নিজৰ জীৱন নিজেই বচাওঁক, কিয়নো প্ৰধানমন্ত্ৰী এতিয়া ময়ূৰৰ লগত ব্যস্ত: ৰাহুল গান্ধী

Share This Article

সংসদৰ বৰ্ষা কালীন অধিবেশনৰ আৰম্ভণিৰ ঠিক আগে আগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হল ৰাহুল গান্ধী।দেশত কৰুণা ভাইৰাছৰ বৃদ্ধিক লৈ ৰাহুল গান্ধীৰ আক্ৰমণ নৰেন্দ্ৰ মোডীক। আজি টুইটাৰ যোগে ৰাহুল গান্ধীয়ে কয় যে “কৰুণা সংক্ৰমণৰ সংখ্যা এই সপ্তাহত ৫০ লাখ আৰু এক্টিভ কেছৰ সংখ্যা ১০ লাখৰ ঘৰত। পৰিকল্পিত লকডাউন এজন ব্যক্তিৰ অহংকাৰৰ দান হয়, যাৰ যোগেদি কৰুণা সমগ্ৰ দেশ জুৰি বিয়পি পৰিল।মোডী চৰকাৰে কোৱাৰ দৰেই ‘অন্তনিৰ্ভৰ’ হওক অৰ্থাৎ নিজৰ জীৱন নিজেই বচাওঁক কিয়নো প্ৰধান মন্ত্ৰী ময়ূৰৰ লগত ব্যস্ত আছে।”

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau