Category ক্ৰীড়া

আজি অভিৰুচি ক্ৰীড়া দিৱস। কিন্তু কিয় পালন কৰা হয় এই দিৱস?

আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্থাৎ আজি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। ভোগেশ্বৰ বৰুৱাই দুবাৰকৈ বেংককত অনুষ্ঠিত এছিয়ান গেমচত অংশগ্ৰহণ কৰি ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এছিয়ান গেমচত ১৯৬৬ চনত পুৰুষৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ১৯৭০ চনত…

পেৰা অলিম্পিকত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক লাভ কৰিলে ভাৰতৰ প্ৰবীণ কুমাৰে

পুৰুষৰ হাই জাম্প (টি৬৪) ফাইনেলত ৰূপৰ পদক লাভ কৰিলে ভাৰতৰ প্ৰবীণ কুমাৰে। শুক্ৰবাৰে ২.০৭ মিটাৰ জাম্পৰ সৈতে নতুন এছিয়ান অভিলেখ গঢ়ি প্ৰবীণ কুমাৰৰ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ১১ টালৈ বৃদ্ধি কৰিলে। ১৮ বছৰীয়া কুমাৰে প্ৰথমবাৰৰ বাবে পেৰালিম্পিকত প্ৰতিদ্বন্দিতা কৰি ২.০৭…

পেৰা অলিম্পিকত প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে স্বৰ্ণ পদক জয় কৰিলে অৱনী লেখাৰাই

সাঁতোৰবিদ মুৰুলিকান্ত পেটকাৰ(১৯৭২), জেভলিন থ্ৰোৱাৰ দেবেন্দ্ৰ জাজাৰিয়া(২০১৪/১৬) আৰু হাই জাম্পাৰ থাংগাভেলু মাৰিয়াপ্পান(২০১৬)ৰ পিছতে দেশৰ প্ৰথমগৰাকী মহিলা তথা চতুৰ্থ গৰাকী এথলীট হিচাপে পেৰা অলিম্পিক ২০২০ত আজি স্বৰ্ণ জয় কৰিলে শ্বুটাৰ অৱনী লেখাৰাই। ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ জয় কৰা অৱনীক প্ৰশংসাৰে…

টি ২০ বিশ্বকাপ : ২৪ অক্টোবৰত ভাৰত- পাকিস্তানৰ মুখামুখি ৰণ

টি-২০ বিশ্বকাপৰ সূচী প্ৰকাশ কৰিছে আই চি চিয়ে ৷ এই সূচী অনুসৰি ২৪ অক্টোবৰত ডুবাইৰ ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে মুখামুখি ৰণত নামিব ভাৰত ৷ মঙলবাৰে প্ৰকাশ কৰা সূচী অনুযায়ী ফাইনেল অনুষ্ঠিত হ’ব ১৪ নৱেম্বৰত ৷ বিৰাট কোহলী বাহিনী প্ৰথম মেচতেই পাকিস্তানৰ…

লাভলীনালৈ ডি এছ পিৰ চাকৰি : আৰু কি কি উপহাৰ অসম চৰকাৰৰ ?

অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পিৰ চাকৰি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক্ৰীড়াবিদগৰাকীক ১ কৌটি টকাৰ এখন চেকো প্ৰদান কৰে ৷ লগতে…

ৰবি শাস্ত্ৰীৰ বিদায় নিশ্চিত , কোন হ’ব নতুন প্ৰশিক্ষক ?

ভাৰতীয় ক্ৰিকেটৰ এটা ডাঙৰ খবৰ ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ বিদায় আসন্ন হৈ পৰিছে ৷ অহা অক্টোবৰ – নবেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পাছতে নতুন প্ৰশিক্ষক নিযুক্তি দিয়াৰ সম্ভাৱণা প্ৰবল হৈ পৰিছে ৷ শাস্ত্ৰীৰ লগতে বলিঙ প্ৰশিক্ষক…

বিশ্বকাপ ক্ৰিকেটত জয়লাভ কৰা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ এতিয়া দৈনিক হাজিৰা কৰা শ্ৰমিক

Image Courtesy-DNA

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াক ৰোধ কৰিবলৈ প্ৰযোজ্য কৰা লকডাউনৰ ফলত বহু লোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে৷ দেশত হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰাৰ উপৰি বহু হাজাৰ লোকে কৰ্মসংস্থাপন হেৰুৱাই দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে৷ ক্ৰমে ক্ৰমে দেশত ক’ৰ’ণা ভাইৰাছৰ…

কিয় চকুলো টুকি বাৰ্ছিলোনা এৰিলে মেছিয়ে ?

বিশ্ববিশ্ৰুত ফুটবলাৰ মেছিৰ চকুৰ চকুলোৱে দেওবাৰে তেওৰ অগণিত অনুৰাগীকো কন্দুৱাই গ’ল ৷আৰ্জেন্টিনাৰ ফুটবলাৰ গৰাকীয়ে স্পেনিছ ফুটবল ক্লাব বাৰ্ছিলোনাৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত উচুপি উঠে ৷ দেওবাৰৰ দিনটোত এই দৃশ্য আছিল ফুটবলপ্ৰেমীসকলৰ বাবে হৃদয় বিদাৰক ৷ কিয়নো ,১৩ বছৰ বয়সৰ পৰাই…

এটা থ্ৰ’ত সকলো ভাৰতীয়ৰ হৃদয়ত স্থান পালে নীৰজে। ২৪ ঘন্টাত অনুৰাগীৰ সংখ্যা বৃদ্ধি পালে ২.২ মিলিয়নলৈ

স্বৰ্ণ জয়ৰ পিছতেই নীৰজ চোপ্ৰাৰ ইষ্টাগ্ৰাম একাউন্টত অনুৰাগীৰ সংখ্যা হ’লগৈ ২.২ মিলিয়ন। ইয়াৰ পূৰ্বে তেওঁৰ অনুৰাগীৰ সংখ্যা আছিল ১০০ হাজাৰ। এই ঐতিহাসিক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰাক জানিবলৈ এতিয়া গোগুলত নিৰজ চোপ্ৰা নামৰ লৰাজনক খুঁচৰি চাইছে তেওঁৰ লাখ…

অলিম্পিকত কোন ভাৰতীয়ই কৰিলে স্বৰ্ণজয় ?

টকিঅ’ত ভাৰতৰ স্বৰ্ণজয়ৰ সপোন অৱশেষত পূৰণ হ’ল ৷ জেভলিন থ্ৰোত ভাৰতৰ নীৰজ চোপ্ৰাই লাভ কৰে স্বৰ্ণ পদক ৷ টকিঅ’ অলিম্পিকত স্বৰ্ণপদক লাভ কৰা প্ৰথগৰাকী ভাৰতীয় খেলুৱৈ নীৰজ ৷ ইয়াৰ পূৰ্বে আজি ৰেষ্টলিঙত বজৰং পুনিয়াই লাভ কৰিছিল ব্ৰঞ্জৰ পদক ৷ এতিয়ালৈকে…