Category শীৰ্ষ সংবাদ

চিমেণ্ট কোম্পানীৰ সন্মুখত কিয় ৰৈ যায় বুলড’জাৰ?

শুকুৰবাৰে পুনৰ উচ্ছেদ অভিযান চলিছে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীত৷ পূর্বতে উচ্ছেদ চলোৱা স্থানত পুনৰ আশ্ৰয় লোৱা অবৈধ দখলদাৰীৰ বিৰুদ্ধে প্ৰশাসনে পুনৰ চলাইছে উচ্ছেদ অভিযান৷ কচুতলীত প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ মাজতে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে বিশেষ দুখন উচ্ছেদৰ জাননীয়ে৷ সোণাপুৰ…

বিষয়াক ঢাল কৰি দুৰ্নীতি গাপ দিব নোৱাৰে বিশ্বজিত ফুকনে

এপেক্স বেংকৰ দুৰ্নীতি ঢাকিবলৈ জ্যেষ্ঠ সাংবাদিকৰ নাম ব্যৱহাৰ কৰাৰ চতুৰ কৌশল হাতত লৈছে বেংকৰ অধ্যক্ষ তথা সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিত ফুকনে। অধ্যক্ষ হিচাপে বেংকটোৰ সকলো লেন-দেন বিশ্বজিত ফুকনৰ জ্ঞাতসাৰেই হব লাগে যদিও অজ্ঞানতাৰ ভাও জুৰি সমগ্ৰ বিষয়টোক লঘু কৰাৰ চেষ্টাতো…

সংবাদ মাধ্যমক কোনে ভয় কৰে?

ভাৰতৰ সংবাদ মাধ্যম যোৱা কেইটামান বছৰৰ ভিতৰত কি অৱস্থাত উপনীত হৈছে সেয়া প্ৰেছ ফ্ৰীডম ৰেংকিঙতেই ওলাই পৰে৷ বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত প্ৰেছ ফ্ৰীডম ৰেংকিঙত ভাৰতৰ স্থান হ’ল ১৫৯৷ ২০২২ চনত ভাৰতৰ ৰেংকিং আছিল ১৪২৷ এই পতন ধাৰাবাহিকভাৱে অব্যাহত আছে৷…

মুখ্যমন্ত্ৰীয়ে অহংকাৰ এৰকঃ দেৱালৰ লিখন পঢ়ক

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহংকাৰ এৰক আৰু দেৱালৰ লিখন পঢ়ক– এইটোৱে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ প্ৰতি আজিৰ সময়ৰ পোনপটীয়া আহ্বান৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে ঘোষণা কৰি আহিছে যে অসম এতিয়া আন্দোলন বিবৰ্জিত ৰাজ্য৷চৌপাশে শান্তি আৰু শান্তি৷ প্ৰাচুৰ্যৰ…

সাৰ কাৰখানাক লৈ নতুন বটলত পুৰণি মদ নেকি?

মোদী চৰকাৰৰ এটা শেহতীয়া কেবিনেট সিদ্ধান্ত৷ নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব চতুৰ্থটো গোট৷ ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনৰ বাবে এই গোট স্থাপনত বিগত ১৯ মাৰ্চত অনুষ্ঠিত কেবিনেটত অনুমোদন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই প্ৰকল্পত ব্যয় হ’ব ১০,৬০১ কোটি টকা…

মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, ‘কীকী’ ৰ হাতলৈ ৩৬ কোটি

মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা মানেই জেপ গৰম 'কীকী' ৰ। ডেৰ বছৰত অস্থায়ী মঞ্চ -পেণ্ডেলত উৰুৱালে ১০০ কোটিৰো অধিক টকা। ঋণত পোত গৈছে চৰকাৰ, জেপ গধুৰ হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ‘কীকী’ৰ। ডেৰ বছৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, 'কীকী' ৰ হাতলৈ ৩৬ কোটি।

মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ ১২.৬৮ কোটি

বিহুৰ গীনিজ ৰেকৰ্ডত ঠিকাৰ ছিণ্ডিকেটঃ ঠিকনা হাউচ নং ১১৯। ১৭ লাখ টকা ভাড়াৰ চোফাত বহিল ভি ভি আই পি। একক নিবিদাকাৰী ভূপিন্দৰ- কমলজিৎ-গুৰজাছ সিঙ বাহিনী।

ট্ৰাম্পৰ শুল্কযুদ্ধত বিধ্বস্ত হ’ব ‘আত্মনিৰ্ভৰ ভাৰত’

‘যুদ্ধৰ সময়ত আমাৰ সামগ্ৰী যাতে শত্ৰুয়ে লৈ যাব নোৱাৰে, তাৰ বাবে আমি বেৰিকেড দিওঁ৷ শান্তিৰ সময়ত আমি সেই একেটাই কাম কৰো শুল্ক আৰোপৰ জৰিয়তে৷ যি কাম যুদ্ধৰ সময়ত শত্ৰুৰ সৈতে কৰোঁ৷’ ১৯ শতিকাৰ মাৰ্কিন অৰ্থনীতিবিদ হেনৰি জৰ্জৰ এই বাক্যশাৰী আজি…