সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

মহাত্মা গান্ধীয়ে যদি এতিয়া নিৰ্বাচন খেলিলেহেঁতেন!

মহাত্মা গান্ধীয়ে যদি এতিয়া নিৰ্বাচন খেলিলেহেঁতেন, ফলাফল কি হ’লহেঁতেন! মহাত্মা গান্ধীয়ে আজিৰ পৰিস্থিতিত ভাৰতত নিৰ্বাচনত অৱতীৰ্ণ হ’লে নিশ্চিত পৰাজয়ৰ সন্মুখীন হোৱাই নহয়, আমানতৰ ধনো জব্দ হ’লহেঁতেন ৷ শেহতীয়া কেইবাটাও সাক্ষাৎকাৰত প্ৰত্যয়ৰে এই…

কি শপত পাহৰিলে জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকে?

হিপ্প’ক্ৰেটিক অথ্ (Hippocratic Oath)-চিকিৎসকৰ নৈতিকতাৰ পাঠ হিচাপে বিশ্বজুৰি স্বীকৃত আৰু গৃহীত৷ যেতিয়া এজন চিকিৎসকে পেছাগত জীৱন আৰম্ভ কৰে, তেতিয়াই গ্ৰহণ কৰে হিপ’ক্ৰেটিক অথ্৷ হিপ্প’ক্ৰেটিক অথ্ পোনতে লিখা হৈছিল গ্ৰীক ভাষাত৷ যাক সমগ্ৰ বিশ্বই…

পিকনিকৰো খবৰ ৰখা মুখ্যমন্ত্ৰীয়ে নাজানে কয়লা খনিৰ খবৰ

ডিমাহাছাওত অবৈধ কয়লাৰ খনিত আৱদ্ধ হৈ আছে ৯ গৰাকী শ্ৰমিক৷ অথচ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে-বি টি আৰ, ডিমাহাছাওত কি চলি আছে, তেওঁ নাজানে৷ এয়া এটা গোকাট মিছা কথাৰ বাহিৰে আন একো নহয়৷ ডিমাহাছাও যদিও ষষ্ঠ অনুসূচীৰ অন্তৰ্গত, তাৰ…

দেশে তেওঁক কিদৰে মনত ৰাখিব?

ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱা ঘটনাটো একপ্ৰকাৰ দুৰ্ঘটনাই আছিল৷ সেইবাবেই তেওঁৰ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুয়ে লিখা গ্ৰন্থখনৰ নাম দিছিল ‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’। তাতকৈও দুৰ্ঘটনাৰে ভৰা আছিল প্ৰধানমন্ত্ৰী হিচাপে সংসদৰ প্ৰথমখন অধিৱেশন৷…

কৃত্ৰিম মেধাৰ নতুন যুগ! নেলা-জয়ৰ কাহিনীয়ে কি কথা কৈ গ’ল?

২০২৩ চনৰ মাৰ্চৰ শেষভাগৰ কথা৷ প্ৰযুক্তি জগতৰ এহাজাৰতকৈও অধিক নেতৃস্থানীয় ব্যক্তিয়ে এখন মুকলি পত্ৰ প্ৰকাশ কৰে৷ এই পত্ৰত তেওঁলোকে সকীয়াই দিয়া যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰযুক্তিয়ে সমাজ আৰু মানৱতাৰ বাবে গভীৰ ভাবুকি কঢ়িয়াই আনিব পাৰে৷ এই…

অসম সুখীনে?

সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। -বলদেৱ মহন্তৰ এটা পুৰণি কবিতাৰ কেইটামান শাৰী মাত্ৰ এয়া৷ ৯০ দশকত ডাঙৰ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষা লৈয়ে…

পৰেশ বৰুৱাৰ চৰম শাস্তি ৰেহাই ভাল খবৰ নে বেয়া খবৰ?

১ এপ্ৰিল, ২০০৪৷ চিটাগং ইউৰিয়া ফাৰ্টিলাইজাৰ লিমিটেডৰ গুডামৰ পৰা ১০ খন ট্ৰাকত অস্ত্ৰ বোজাই কৰা হৈ গৈছিল৷ ৪ হাজাৰ ৯৩০ বিধ অস্ত্ৰৰ এই বিপুল ভণ্ডাৰত আছিল গ্ৰেণেড, ৰকেট লাঞ্চাৰ, চাব মেছিনগান, গুলী আৰু বিভিন্ন বিস্ফোৰক সামগ্ৰী৷ সেই সময়তে পুলিচ আৰু…

আৰক্ষী মানুহ হৈ আছেনে? কাঠগড়াত পুলিচ

কন্দুৱা গেছৰ নিৰ্বিচাৰ প্ৰয়োগে প্ৰাণ কাঢ়িলে এগৰাকী প্ৰতিবাদকাৰীৰ৷ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাই আকৌ এবাৰ কাঠগড়াত তুলিছে অসম আৰক্ষীক৷ বাৰম্বাৰ বিতৰ্কৰ আৱৰ্তত থকা অসম আৰক্ষীৰ কাৰ্যকুশলতাক লৈ এইবাৰেই প্ৰথম প্ৰশ্ন উত্থাপণ হোৱা নাই৷…

কি অসম আছিল, কি অসম হ’ল?

'সেউজসমৃদ্ধ পৰিৱেশত অসমীয়াৰ সহজ সৰল জীৱনক বিশ্বৰ আদৰ্শ হিচাপে গঢ়ি তোলা হ’ব’– প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ‘স্বাধীন অসমৰ অৰ্থনীতি’ গ্ৰন্থখনত সামৰা হৈছে এইদৰে৷ স্বাধীন অসমৰ কোনোবাই বিৰোধিতা কৰিব পাৰে। কিন্তু এখন স্বাৱলম্বী অসমৰ সপোনক…