মাহ মে’ 2020

বানৰ বাতৰি: পুনৰ এজনৰ মৃত্যু

ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ তাণ্ডৱ।Assam State Disaster Management Authority ৰ ৩১ মে’ৰ তথ্য অনুসৰি আজিৰ দিনটোত বানত নিহত হৈছে এজন ব্যক্তি।মৃত ব্যক্তিজনৰ ঘৰ গোৱালপাৰা জিলাত।আজিৰ দিনটোত ৰাজ্যৰ মুঠ তিনিখন জিলাৰ সাতটা ৰাজহ চক্ৰ বানৰ কৱলত আক্ৰান্ত।বৰ্তমান ৰাজ্যৰ ২৫০৪৪ হেক্টৰ…

এফালৰ পৰা জ্বলিছে আমেৰিকা

জ্বলিছে , আমেৰিকা জ্বলিছে ৷ সভ্যতাক লজ্জিত কৰি তোলা এক ঘটনাৰ বাবেই আমেৰিকাৰ ৰাজপথত জ্বলিছে ক্ষোভৰ জুই ৷ বিগত চাৰিদিন ধৰি আমেৰিকাৰ  পৰিস্থিতি উত্তপ্ত ৷দেশখনৰ মিনিয়াপলিচ চহৰত এগৰাকী কৃষ্ণাংগ লোকক শ্বেতবৰ্ণ আমেৰিকান পুলিচ অফিচাৰে হত্যা কৰা কেন্দ্ৰ কৰি সমগ্ৰ আমেৰিকাত বিক্ষোভৰ…

বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তিঃ মোদীয়ে গঢ়িছে নিজৰ উত্তৰসূৰী

[quote title=”…আৰু আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তিত যদি মেন অৱ দ্য মেচ খিতাপৰ কোনোবা দাবীদাৰ আছে -তেওঁ একমাত্ৰ অমিত শ্বাহ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোঁহাত আৰু সেনাপতি ৷” title_color=”” title_url=”” title_icon=”” title_icon_color=”” title_margin=”0px 0px 15px 0px” block_color=””…

দ্বিতীয় শাসনৰ প্ৰথমটো বৰ্ষপূৰ্তিত দেশবাসীক উদ্দেশ্যী প্ৰধানমন্ত্ৰী মোডীয়ে লিখিলে ‘স্বৰ্ণযুগৰ এবছৰ’

দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বছৰ সম্পূৰ্ণ কৰিলে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে। এই বৰ্ষপূতিৰ সৈতে সংগতি ৰাখিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি লিখিছে এখন পত্ৰ। ‘স্বৰ্ণযুগৰ এবছৰ’ শিৰোনামেৰে পত্ৰত তেওঁ দেশবাসীক উদ্দেশ্যি প্ৰকাশ কৰিলে কিছু কথা। প্ৰধানমন্ত্ৰীগৰাকীয় লিখিছে এইবুলি- ‘যোৱাবছৰৰ…

‘পিঞ্জৰা তৌড়’, লকডাউন আৰু হাথিৰাম চৌধুৰী

[quote title=”উল্লেখযোগ্য যে এনেদৰে নাৰীৰ safety আৰু security ৰ প্ৰসংগক এক ধৰণৰ silence লৈ পৰিণত কৰা হয়। যাৰ ফলত নাৰীৰ গতিশীলতা আৰু স্বাধীনতা দুয়োটাই খৰ্ব হয়। ‘পিঞ্জৰা তৌড়’ আন্দোলনটোৱে এই ‘নিৰৱতা’ৰ প্ৰশ্নটোকে সমুজুৱাকৈ উত্থাপন কৰিছিল। এই আন্দোলনে এটা কথা স্পষ্ট…

“এক দেশ এক ৰেশ্যন কাৰ্ড”-১জনুৰ পৰা ৰেশ্যন কাৰ্ড হিতাধিকাৰীলৈ ভাল খবৰ

১ জুনৰ পৰা সলনি হ’ব ৰেশ্যন কাৰ্ডৰ নিয়ম । ২০খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলত এই নিয়মৰ সালসলনি হ’ব। ২৩খন ৰাজ্যৰ ৬৭ কোটি লোকে পাব এই সুবিধা। এই নিয়ম প্ৰযোজ্য হোৱাৰ লগে লগে ৰেশ্যন কাৰ্ড পৰ্টেবিলিবিটীৰ যোগেদি দেশৰ সকলো স্থানতে…

আকৌ ৩৩ জন আক্ৰান্ত ৷ সৰ্বমুঠ ১০৫৭

বাঢ়িয়েই আছে ক’ৰোনাৰোগী ৷ শেহতীয়া খবৰ অনুসৰি অসমত নতুনকৈ ৩৩ গৰাকী আক্ৰান্ত হৈছে ক’ৰোণাত ৷ ইয়াৰে ১১ গৰাকী ৰোগী গোলাঘাটৰ ১১ গৰিকী ৰোগী বিশ্বনাথ চাৰিআলিৰ ৯গৰাকী ওডালগুৰিৰ আৰু২ গৰাকী দৰংৰ শেহতীয়া খবৰ অনুসৰি অসমত ক’ৰোণাক্ৰান্তৰ সংখ্যা হ’ল ১০৫৭ গৰাকী ৷

বানৰ বাতৰিঃ মৃত্যু দুজনৰ

Assam State Management Authorityৰ ২৯ মে’ৰ প্ৰতিবেদন অনুসৰি আজিৰ দিনটোত ৰাজ্যৰ বানত আক্ৰান্ত গাঁওৰ সংখ্যা ৩৫৬খন।ৰাজ্যৰ মুঠ এঘাৰটা ৰাজহ চক্ৰৰ ২৪৭৫৫ হেক্টৰ কৃষিভূমি আজিৰ দিনটোত বানৰ কৱলত।বানৰ কৱলত এতিয়ালৈকে গোৱালপাৰা আৰু হোজাইত দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে।

এজন যুৱকক লৈ বিপাঙত এটা কোৱাৰেণ্টীন চেণ্টাৰৰ কৰ্তৃপক্ষ

ক’ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰে কোৱাৰেণ্টীনৰ বিশেষ ব্যৱস্থা কৰিছে। বহুসময়ত ছচিয়েল মিডিয়াকে ধৰি বিভিন্ন মাধ্যমত চৰকাৰে কোৱাৰেণ্টীনত থকা লোকসকলক যোগান ধৰা খাদ্যক লৈ সমালোচনা কৰিছে বিভিন্নজনে। খাদ্যৰ লগতে লেতেৰা পৰিৱেশৰ কথাও চৰ্চিত হৈছে। কিন্তু এইবাৰ চৰ্চালৈ আহিছে অন্য এটা বিষয়। কোৱাৰেণ্টীনত…

অখিল গগৈ, ধৈৰ্য-মানস-বিটুৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল NIA-ৰ

অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে থকা NIAৰ ১৩/১৯ নং গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিছে NIA-এ । উল্লেখ্য যে বৃহস্পতিবাৰে চাবুৱা থানাৰ তিনিটা গোচৰত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ। প্ৰথম ৯০ দিনত নিয়াই চাৰ্জশ্বীট দাখিল কৰাত ব্যৰ্থ হৈছিল।…