মাহ ছেপ্টেম্বৰ 2021

কাইলৈৰ পৰা গুৱাহাটীত নচলিব অ’লা-উবেৰ(Ola-Uber)

বহিৰাগত অ’লা-উবেৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ গুৱাহাটীৰ কেব ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেব মজদুৰ সংঘ। পহিলা অক্টোবৰৰ পৰা যৌথভাৱে সংগঠন দুটাই সম্পূৰ্ণ বৰ্জন কৰিব অ’লা- উবেৰ সেৱা। যাত্ৰীৰ সুবিধাৰ বাবে বিকল্প হিচাপে স্থানীয় প্ৰতিষ্ঠান পে-ইণ্ডিয়া দ্বাৰা গুৱাহাটীত…

কেনেকৈ বিশ্ব যুদ্ধৰ সময়তে মাটিত পুতি থোৱা বোমা বিস্ফোৰিত হৈ মণিপুৰত প্ৰাণ গৈছিল দুজনৰ?

মণিপুৰৰ সীমান্ত চহৰ ম’ৰেত বুধবাৰে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তে মাটিত পুতি থোৱা বুলি সন্দেহ হোৱা এটা বোমা বিস্ফোৰণ হৈ দুজন লোক নিহত হয় । জানিব পৰা মতে দুই ককাই-ভাই ২২ বছৰীয়া লিয়েঙখগিন গাংতে আৰু ২৪ বছৰীয়া লালচাংমৌন গাংতেই বুধবাৰে আবেলি…

ৰাজ্যত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য- কোন জিলাত কিমান মূল্য সবিশেষ

⚫ তেলৰ মূল্যই জ্বলা-কলা খুৱাইছে জনসাধাৰণক ⚫ ৰাজ্যত আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য ⚫ আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লত ২৫ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৩২ পইচা পৰ্যন্ত বৃদ্ধি পায় ⚫ গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৪৯ টকা…

ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কি কি বিশেষ ঘোষণা

⚫ ধেমাজিত ৰাজ্য চৰকাৰ কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল। ⚫ ধেমাজি জিলালৈ ৰাজ্য চৰকাৰৰ ৪৩৩ কোটি টকাৰ অনুমোদন আৰু বান নিয়ন্ত্ৰনৰ বাবে ১৫০ কোটি টকা ধাৰ্য। ⚫ ৰাজ্য চৰকাৰৰ প্ৰত্যেকখন কেবিনেট বৈঠক তিনিদিনীয়া প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ’ব। ⚫ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ…

কম্পাৰ্টমেন্টেল পৰীক্ষা সন্দৰ্ভত কি বিশেষ নিৰ্দেশনা জাৰি কৰিছে ছেবাই?

⚫ কম্পাৰ্টমেন্টেল পৰীক্ষা সন্দৰ্ভত ছেবা কৰ্তৃপক্ষৰ নতুন নিৰ্দেশনা – ⚫ যোগ্য প্ৰাৰ্থীৰহে আবেদন গ্ৰহণ কৰিবলৈ নিৰ্দেশ স্কুল পৰিদৰ্শকক। ⚫ ৩ টা বিষয়ৰ পৰীক্ষাত অবতীৰ্ণ হব পাৰিব প্ৰাৰ্থীসকল। ⚫ দুটাকৈ শাখাত বিভক্ত হব যোগ্য প্ৰাৰ্থী সকল। ⚫ এটা শাখাত বিশেষ পৰীক্ষাৰ…

কিয় দেশৰ কৰ্মক্ষেত্ৰত নিম্নগামী হৈছে নাৰীৰ স্থান? সৱিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন –

ভাৰতীয় সমাজত মধ্যযুগৰ পৰাই মহিলাই পুৰুষৰ সমানে সন্মানজনক স্থান লাভ কৰি আহিছে। দেশত নাৰীৰ বিৰুদ্ধে যথেষ্ট উচ্চ হাৰত অপৰাধ সংঘটিত হয় যদিও নাৰীৰ স্থান এতিয়াও কোনো ক্ষেত্ৰতে নিম্নগামী হোৱা নাই। ইয়াৰ মাজতে এটা বিশেষ সমীক্ষাই প্ৰকাশ কৰিছে কিছু উদ্বেগজনক তথ্য।…

বড়োভূমিত নৱ-গঠিত সশস্ত্ৰ সংগঠন United Liberation of Bodolandৰ সকলো সদস্যৰ আত্মসমৰ্পণঃ জিপি সিঙৰ বিশেষ টুইট

অৱশেষত আত্মসমৰ্পণ কৰিলে বড়োভূমিৰ নৱ-গঠিত সশস্ত্ৰ সংগঠন United Liberation of Bodolandৰ সকলো সদস্যই। এক বিশেষ টুইটযোগে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে সদৰী কৰিছে এই কথা। জিপি সিঙে লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু অসম আৰক্ষীৰ অনুপ্ৰেৰণাত নৱ-গঠিত…

আজি গুৱাহাটীৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমখন বৈঠক

আজি অনুষ্ঠিত হব গুৱাহাটীৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমখন বৈঠক। ধেমাজিত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ বাবে বুধবাৰেই ধেমাজিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সহ আন মন্ত্ৰী সকল। উপায়ুক্তৰ কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হব এই বৈঠক। উল্লেখ্য যে এই বৈঠকতে কেইবাটাও…

Bank Holiday : ৰাজ্যত অক্টোবৰ মাহত ১৩ দিন বন্ধ থাকিব বেংক

অক্টোবৰ মাহত বেংকত কিবা জৰুৰী কাম কৰিম বুলি ভাৱিছে নেকি? যদি ভাৱিছে তেন্তে সোনকালেই সমাধা কৰক। কাৰণ দেশত অক্টোবৰ মাহত ২১ দিন বন্ধ থাকিব বেংক। অৱশ্যে ৰাজ্য অনুযায়ী বেংকৰ বন্ধৰ সূচী বেলেগে বেলেগ। আগন্তুক অক্টোবৰ মাহত অসমত ১৩ দিন বন্ধ…

বিশ্ব হৃদ দিৱস উপলক্ষে ‘হেলথ চিটি হাস্পতালত’ বিশেষ সজাগতা সভা

হেলথ চিটি হাস্পতাল, গুৱাহটী,২৯ ছেপ্টম্বৰত ২০২১: বিশ্বৰ প্ৰতি একলাখ লোকৰ ভিতৰত ২৩৫ জনৰে মৃত্যু হয় হৃদৰোগত। আনহাতে ভাৰতত প্ৰতিলাখত মৃত্যু হয় ২৭২ জনৰ। ভাৰতৰ দৰে প্ৰতি তৃতীয় বিশ্ব দেশত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ কল্পাতীতভাবে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হল জন সজাগতাৰ…