বড়োভূমিত নৱ-গঠিত সশস্ত্ৰ সংগঠন United Liberation of Bodolandৰ সকলো সদস্যৰ আত্মসমৰ্পণঃ জিপি সিঙৰ বিশেষ টুইট

Share This Article

অৱশেষত আত্মসমৰ্পণ কৰিলে বড়োভূমিৰ নৱ-গঠিত সশস্ত্ৰ সংগঠন United Liberation of Bodolandৰ সকলো সদস্যই। এক বিশেষ টুইটযোগে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে সদৰী কৰিছে এই কথা। জিপি সিঙে লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু অসম আৰক্ষীৰ অনুপ্ৰেৰণাত নৱ-গঠিত সশস্ত্ৰ সংগঠন United Liberation of Bodolandৰ সদস্য সকল মূল সুঁতিলৈ উভতি আহিছে। সদস্য সকলক আমাৰ মাজত ঘূৰাই পাই আমি নথৈ আনন্দিত। শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী অসমৰ বাবে এয়া এক যুগান্তকাৰী পদক্ষেপ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.