সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাজ্যত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য- কোন জিলাত কিমান মূল্য সবিশেষ

⚫ তেলৰ মূল্যই জ্বলা-কলা খুৱাইছে জনসাধাৰণক

⚫ ৰাজ্যত আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

- Donation -

⚫ আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লত ২৫ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৩২ পইচা পৰ্যন্ত বৃদ্ধি পায়

⚫ গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৪৯ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৯.২৬ টকা

⚫ ডিব্ৰুগড়ত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.৪১ টকা আৰু প্ৰতি লিটাৰ ডিজেল ৰ মূল্য ৯০.১১ টকা

⚫ শিৱসাগৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.৬২ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯০.৩ টকা

⚫ যোৰহাটত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.০৯ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৯.৮১ টকা

⚫ গোলাঘাটত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৭.৬৬ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৯.৪১ টকা

Leave A Reply

Your email address will not be published.