ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কি কি বিশেষ ঘোষণা

Share This Article

⚫ ধেমাজিত ৰাজ্য চৰকাৰ কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল।

⚫ ধেমাজি জিলালৈ ৰাজ্য চৰকাৰৰ ৪৩৩ কোটি টকাৰ অনুমোদন আৰু বান নিয়ন্ত্ৰনৰ বাবে ১৫০ কোটি টকা ধাৰ্য।

⚫ ৰাজ্য চৰকাৰৰ প্ৰত্যেকখন কেবিনেট বৈঠক তিনিদিনীয়া প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ’ব।

⚫ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অ’বিচিৰ প্ৰমাণপত্ৰ দিব জনগোষ্ঠীয় বর্ডে।

⚫ ধেমাজিত ২টা ট্ৰাইবেল বেল্টত ৪ টা জনগোষ্ঠীয়ে ক্ৰয় কৰিব পাৰিব ভূমি।

⚫ টাই আহোম, মটক, কোচ ৰাজবংশী আৰু গোৰ্খাসকলৰ বাবে এই সুবিধা।

⚫ ধেমাজিৰ পৰা মাজুলীলৈ নিৰ্মাণ হব বিশেষ পথ আৰু মুঠ ১৮৩ কোটি টকা ধাৰ্য কৰা হৈছে এই পথৰ বাবে।

⚫ ৰাজ্যৰ মুঠ ৪ টা সমষ্টি সামৰি ল’ব এই পথে।

⚫ কাগজ কলৰ বাবে অসম চৰকাৰে ব্যয় কৰিব ৭০০ কোটি টকা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.